নলবাৰী জিলাৰ বৰভাগৰ দামোদৰধাম সত্ৰ বজাৰত ২১ কেজি ৫০০ গ্ৰাম ওজনৰ এটি ব্ৰিগহেড মাছে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷উল্লেখ্য যে বাতৰি লিখা সময়লৈ স্থানীয় ভাবে উৎপাদিত এইটোৱে আজিৰ উৰুকাৰ বজাৰখনৰ ডাঙৰ মাছ বুলি বিবেচিত হৈছে৷আনহাতে একাংশ ৰাইজে ইয়াতকৈ ডাঙৰ মাছ উলিৱাব বুলি মত প্ৰকাশ কৰিছে৷মনকৰিবলগীয়া যে বজাৰ খনত স্থানীয় আৰু চালানী মাছৰ উভৈনদী হৈ পৰিছে৷অবেশ্যই গ্ৰায়বোৰ মাছে সময়ত বিক্ৰী হব বুলি ব্যৱসায়ী সকলে আশা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জামিউল হুদা মাদ্ৰাছাত প্ৰশাসনৰ উচ্ছেদ অভিযান
মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জামিউল হুদা নামৰ মাদ্ৰাছাত প্ৰশাসনৰ উচ্ছেদ অভিযান।
दमदार बैटरी और बेहतरीन प्रोसेसर के साथ इस दिन लॉन्च होगा Asus का ये खास फोन, यहां जानें जरूरी डिटेल
स्मार्टफोन का बाजार दिन पर दिन बढ़ता जा रहा है। ऐसे में कंपनियां लगातार नए फोन लॉन्च करती रहती...
एक्सप्रेस-वे से खुलेंगे अन्नदाता की आर्थिक उन्नति के द्वार : बिरला
लोक सभा अध्यक्ष ओम बिरला ने गुरुवार को केशवराय पाटन पंचायत समिति क्षेत्र में करीबन 14 करोड़ से के...
ब्रेस्ट कैंसर के शुरुवाती लक्षण क्या है? | Breast Cancer Symptoms You Must Not Ignore | Dr. Supriya
ब्रेस्ट कैंसर के शुरुवाती लक्षण क्या है? | Breast Cancer Symptoms You Must Not Ignore | Dr. Supriya
ঐতিহাসিক মাহমৰা পথ নিৰ্মাণত অনিয়ম: টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও
নামৰূপৰ পৰা টিংখাঙলৈকে নিৰ্মীয়মান ঐতিহাসিক মাহমৰা আলি নিৰ্মাণ কাৰ্যত চুড়ান্ত দুৰ্নীতি অনিয়মৰ...