লক্ষীমপুৰ জিলাতো উদযাপন কৰা হৈছে মাতৃ দুগ্ধ সপ্তাহ । সেই উপলক্ষেই শুক্ৰবাৰে জিলা খনৰ বধাকৰাত উলিওৱা হয় এক সজাগতা ৰেলি । লক্ষীমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বগিনদী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত উলিওৱা হয় এই সজাগতা ৰেলি । অংশগ্ৰহণ কৰে স্বাস্থ্যকৰ্মী, অংগনবাদী কৰ্মী স্থানীয় মহিলা আৰু কণ কণ শিশু সকলে । মূলত শিশু সকলৰ ক্ষেত্ৰত এগৰাকী মাতৃয়ে লব লগা যতনৰ ওপৰতেই উলিওৱা হয় এই ৰেলি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Murder કરી નાસી ગયેલ આરોપીઓ GIDC વિસ્તાર માથી પકડાયા
Murder કરી નાસી ગયેલ આરોપીઓ GIDC વિસ્તાર માથી પકડાયા
राजस्थान विधानसभा उपचुनाव को लेकर डोटासरा ने शुरू किया मैराथन, सक्रिय कार्यकर्ताओं को मिलेगी जिम्मेदारी
कांग्रेस कमेटी के अध्यक्ष गोविंद सिंह डोटासरा ने कांग्रेस के संभाग प्रभारी उपाध्यक्ष, जिला...
Anantnag Encounter: Major Ashish Dhonchak की शहादत की खबर सुन बेहोश हुई बहन। Kashmir Terror Attack
Anantnag Encounter: Major Ashish Dhonchak की शहादत की खबर सुन बेहोश हुई बहन। Kashmir Terror Attack