নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাজিৰা মহকুমাধীপতি কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি , জিএছটি প্ৰত্যাহাৰ , নিবনুৱা সমস্যা , বান সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।