বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱা যজ্ঞ মন্দিৰ প্ৰাংগনত অহা ১৬ আৰু ১৭ জানুৱাৰীত দুদিনীয়াকৈ ৪৫তম শ্ৰীশ্ৰী মহা বিষ্ণু যজ্ঞৰ আয়োজন কৰিছে৷তদুপলক্ষে ১৬ জানুৱাৰী পূৱা আঠবজাত ধৰ্মীয় ধ্বজা উত্তোলন,উত্তোলন কৰিব যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ কলিতাই,ন-বজাত গছপুলি ৰোপণ কৰিব সানেকুছি গাওঁ পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজবৰুৱাই,৯-৩০ বজাত সামূহিক চাফাই,১১ বজাত খেলধেমালি প্ৰতিযোগিতা,উদ্বোধন কৰিব সানেকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা ববিতা কলিতাই,সন্ধিয়া ছয়বজাত প্ৰতিমা শোভাযাত্ৰা৷১৭ জানুৱাৰী পূৱা ন-বজাত যজ্ঞাৰম্ভ,দুপৰীয়া একবজাত পূৰ্ণাহুতি,পূৰ্ণাহুতি প্ৰদান কৰিব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই,১-৩০ বজাত সামূহিক শান্তিপৰ্ব,দুইবজাত প্ৰষাদ আৰু ভোগ বিতৰণ,আবেলি তিনিবজাত আমন্ত্ৰিত পাঠিকা পূৰবী কলিতা আৰু বনস্মিতা ডেকাৰ নাগাৰা নাম প্ৰদৰ্শন,উদ্বোধন কৰিব জিলা প্ৰকল্প প্ৰৱন্ধক,অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান,নলবাৰী,সন্ধিয়া পাচবজাত বন্তি প্ৰজ্বলন,প্ৰজ্বলক মন্টু কলিতা৷ইতিমধ্যে যজ্ঞ পৰিচালনাৰ বাবে প্ৰকাশ কলিতাক সভাপতি,ৰজনী কলিতাক কাৰ্য্যকৰী সভাপতি,নিপন কলিতা আৰু ৰন্টু কলিতা,সম্পাদক,মন্টু কলিতা আৰু ফতীক কলিতাক উপসভাপতি হিচাবে লৈ এখন পৰিচালনা সমিতি গঠন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
August 3, 2022
August 3, 2022 : যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদ মেল। যুৱ কংগ্ৰেছৰ নেতাই বিজেপি ত যোগ দিয়াক লৈ যোৰহাট...
DRL-DRDO Tezpur awareness on Har Ghar TIRANGA at Tawang
Tezpur: An Awareness program have been organise in various forward location in Arunachal...
10 वे दिन भी जारी रही मध्यप्रदेश सहकारिता समिति कर्मचारी महासंघ की हड़ताल
पन्ना।
कलेक्ट्रेट कार्यालय के बाहर 10 वें दिन भी जारी रही मध्यप्रदेश सहकारिता समिति कर्मचारी...
जल संरक्षण के महत्व के बारे में जागरूकता बढ़ाने की महत्ती आवश्यकता - ओम प्रकाश गोस्वामी
जल संरक्षण के महत्व के बारे में जागरूकता बढ़ाने की महत्ती आवश्यकता - ओम प्रकाश गोस्वामीवंदे गंगा...
74 માં પ્રજાસત્તાક પર્વનાં આયોજન અને વિવિઘ કાર્યક્રમો અંગે,પ્રેસવાર્તા યોજી કલેકટરશ્રી દ્વારા ......
74 માં પ્રજાસત્તાક પર્વનાં આયોજન અને વિવિઘ કાર્યક્રમો અંગે,પ્રેસવાર્તા યોજી કલેકટરશ્રી દ્વારા ......