অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ নৰহৰি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ ৩২ সংখ্যক ৰাজ্যিক অধিৱেশন ৷ সেই উপলক্ষে আজি ক্ষেত্ৰখনত ভকতবৈষ্ণৱৰ উপস্থিতিত লাইখুঁটা স্থাপন কাৰ্য সম্পন্ন হয় ৷ নৰহৰি সমন্বয় ক্ষেত্ৰত পুৱা অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা লগতে হৰিনাম গুণানুকীৰ্তন কৰাৰ অন্তত ভকত বৈষ্ণৱসকলে হৰিনামেৰে মুখৰিত কৰি তোলে ৷ ভকত অনন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সেৱক সমাজৰ প্ৰাক্তন পদাধিকাৰ তথা বৈষ্ণৱ পন্ডিত অসম কুমাৰ নৱ ব্যক্তি ৰ উপৰিও পদাধিকাৰ নৰেন্দ্ৰ গগৈ , উপ-পদাধিকাৰ বদন বৰাৰ লগতে প্ৰধান সম্পাদক টংকেশ্বৰ বৰাৰ উপস্থিতিত সহস্ৰাধিক ভকতৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয় ৷ অনুষ্ঠানত গায়ন বায়ন পৰিৱেশনৰ লগতে গুৰুঘাট পৰিৱেশন আৰু আয়তীসকলে হৰিনামেৰে মুখৰিত কৰি তোলে ৷ লাইখুঁটা স্থাপনৰ অন্তত পদাধিকাৰ নৰেন্দ্ৰ গগৈ আৰু বৈষ্ণৱ পন্ডিত অসম কুমাৰ নৱ ব্যক্তিয়ে ভকতক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে মাৰ্কদশন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऑडीके एप मरुधर के माध्यम से अब डेंगू, मलेरिया पर होगा कंट्रोल
आमजन भी क्यू आर कोड के जरिये फोटो भेज कर सकते है शिकायत
बूंदी। स्वास्थ्य भवन में सीएमएचओ...
ઉખરલા ગામે સમૂહ નૂતન યજ્ઞોપવિત ધારણ કરવાનો કાર્યક્રમ યોજાયો
ઉખરલા ગામે સમૂહ નૂતન યજ્ઞોપવિત ધારણ કરવાનો કાર્યક્રમ યોજાયો
कांग्रेस नेता अधीर रंजन चौधरी ने क्या कहा ..
धनखड़ जी एक शिक्षित आदमी हैं। BJP को लगा कि उनको उपराष्ट्रपति बनाकर कुछ सियासी फायदा हो सकता है,...
Assam Floods: असम में बाढ़ मे मचाया कोहराम, 13 जिलों में पांच लाख से अधिक लोग प्रभावित; स्थिति गंभीर
गुवाहाटी। असम में बाढ़ (Assam Floods 2024) की स्थिति में अभी भी गंभीर बनीं हुई है। रविवार को...