ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত কলা উৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা মৰাণৰ প্ৰাৰ্থনা চুতীয়াই প্ৰথম স্থান লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত কলা উৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মৰাণ ১নং ডোমৰ দলং গাৱৰ দাদুল চুতীয়াৰ কন্যা প্ৰাৰ্থনা চুতীয়াই এই সাফল্য অৰ্জন কৰা ত মৰাণৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰে। পিতৃ দাদুল চুতীয়াৰ প্ৰচেষ্টাত ঢোলৰ শিক্ষা লোৱা প্ৰাৰ্থনাৰ সপোন।।এগৰাকী।ওজা হোৱাৰ ৩জানুৱাৰীৰ।পৰা আৰম্ভ হোৱা কলা উৎসৱত ভাৰতৰ ৩৭ খন ৰাজ্যই অংশ গ্ৰহন।কৰিছিল। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে প্ৰাৰ্থনাক শুভেচ্ছা জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi: तिहाड़ जेल में बंद सत्येंद्र जैन की तबीयत बिगड़ी, इलाज के लिए लाया गया सफदरगंज अस्पताल
मनी लॉन्ड्रिंग के आरोप में तिहाड़ जेल में बंद दिल्ली सरकार के पूर्व मंत्री व आम आदमी पार्टी के...
नाला जाम होने से खेतो में भरा पानी, 1500 बीघा फसल गलने के कगार पर, ग्रामीणों ने ज्ञापन सौंपा, अनशन की दी चेतावनी
लाखेरी - उपखंड क्षेत्र के देहीखेडा क्षेत्र के ग्रामीणों ने रोड पर पानी की निकासी के लिए बने नाले...
#shorts व्यंकय्या नायडूंना निरोप देताना आठवलेंनी कविता म्हणताच सभागृहात हशा #VenkaiahNaidu
#shorts व्यंकय्या नायडूंना निरोप देताना आठवलेंनी कविता म्हणताच सभागृहात हशा #VenkaiahNaidu
Breaking News: शाम तक अमेठी-रायबरेली सीट पर हो जाएगा औपचारिक ऐलान, Jairam Ramesh ने दिया बयान
Breaking News: शाम तक अमेठी-रायबरेली सीट पर हो जाएगा औपचारिक ऐलान, Jairam Ramesh ने दिया बयान