নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মনসাপীঠ,দেহাৰকুছিত বছৰে বছৰে অনুষ্ঠিত হৈ অহা ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে অহা ৬,৭ আৰু ৮ জুলাই/২০২৩ ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তীী সামৰণি মহোৎসৱ অনুষ্ঠিত কৰাৰ দিহা কৰিছে৷ইতিমধ্যে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন কৰিবলৈ ধীৰেন শৰ্মাক সভাপতি আৰু বিজুফুকন শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷আনহাতে উক্ত বৰ্নিল কাৰ্য্যসূচীৰ লগতে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰিছে৷উদযাপন সমিতয়ে সকলো কাৰ্য্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Noida Covid Update: नोएडा में कोरोना का कहर, पिछले 24 घंटे में मिले 8 बच्चों समेत 142 नए मरीज
Noida Covid Update : जिले में बुधवार को आठ बच्चों समेत कोरोना के 142 नए मरीज मिले हैं। वहीं...
રાજકોટમાં હવે રિવોલ્વર, પિસ્તોલ, રાયફલ તથા એન્ટી-એરક્રાફ્ટ (વિમાન વિરોધી) ગનનું થશે ઉત્પાદન
રાજકોટમાં હવે હથિયારોનું ઉત્પાદન થશે, રિવોલ્વર, પિસ્તોલ, રાયફલ તથા એન્ટી-એરક્રાફ્ટ (વિમાન વિરોધી)...
Ajit Pawar सुद्धा Eknath Shinde यांचा पॅटर्न राबवणार? Aaditya Thackeray| Devendra Fadnavis| Shivsena
Ajit Pawar सुद्धा Eknath Shinde यांचा पॅटर्न राबवणार? Aaditya Thackeray| Devendra Fadnavis| Shivsena
MCN NEWS| रस्त्यासाठी वैजापुरात आत्मदहनाचा प्रयत्न स्थानिक पोलिसांच्या हस्तक्षेपाने अनर्थ टळला
MCN NEWS| रस्त्यासाठी वैजापुरात आत्मदहनाचा प्रयत्न स्थानिक पोलिसांच्या हस्तक्षेपाने अनर्थ टळला