ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি দেশত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰি থকা হৈছে, সেই উদ্দেশ্যে আজি চেপনৰ খালৈঘোগুৰা সমবায় সমিতিৰ তিৰঙ্গা বিপনী কেন্দ্ৰ উদ্বোধন সকলোৰে প্ৰিয় অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। সকলোৱে মিলি এইবাৰ সমগ্ৰ বিশ্বৰ আগতে দেশৰ একতা প্ৰদৰ্শন কৰিবলৈ আহবান জনালে মাননীয় মন্ত্ৰী গৰাকীয়ে।