সোণাৰিৰ চৰাইদেউ মহোৎসৱলৈ মাত্ৰ এটাদিন বাকী ।ইতিমধ্যে ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ব্যাপক জনসমাগমৰ আশংকা কৰি চৰাইদেউ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন নিৰাপত্তাজনিত ব্যৱস্থা নিৰিক্ষণ কৰা পৰিলক্ষিত হৈছে। চৰাইদেউ মহোৎসৱলৈ এটা দিন বাকী থকা অৱস্থাত উদ্যাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই অৱগত কৰিছে যে দুশৰো অধিক বিপনীয়ে অংশ গ্ৰহন নিশ্চিত কৰিছে। জনগোষ্ঠীয় খাদ্য ৰ বিপনী জনগোষ্ঠীয় সাজপাৰ বিপনী আদি অসমৰ বিভিন্ন ঠাইৰ পৰা মহোৎসৱ থলীত সমবেত হ'ব। চৰাইদেউ বাসীৰ উদ্যোগত আৰু অসম পৰ্য্যটন বিভাগৰ সহযোগত অহা ৭ ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱৰ স্থলীত চৰাইদেউ।জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিং অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ চৌধুৰী উপস্থিত হৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ৰ সৈতে নিৰাপত্তা জনিত দিশ সমুহৰ সৈতে আলোচনা কৰে। জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা অসম পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন উদ্যোগ আৰু বাণিজ্য বিভাগৰ।মন্ত্ৰী বিমল।বড়া আৰু বহু।কেইজন বিধায়ক উপস্থিত থকাৰ লগতে যোৰহাট লোকসভাসমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকিব বুলি জনা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देने होंगे बस 1899 रुपये! 15 दिनों की बैटरी और 100+ स्पोर्ट्स मोड वाली Noise की ये धांसू वॉन्च हो जाएगी आपकी, यहां जानें जरूरी डिटेल
वियरेबल मार्केट में अपना अच्छा खासा नाम बनाने वाली कंपनी Noise ने अपनी नई स्मार्टवॉच को लॉन्च...
चार जण आले, वाद घातला, आणि... जिल्हा हादरला..बघा नेमकी बातमी काय...?
चार जण आले, वाद घातला, आणि... जिल्हा हादरला..बघा नेमकी बातमी काय...?
तमिलनाडु के CM MK स्टालिन PM Modi से मिले, समग्र शिक्षा योजना के तहत फंड जारी करने समेत रखी 3 मांगें
तमिलनाडु के मुख्यमंत्री एमके स्टालिन ने शुक्रवार को प्रधानमंत्री नरेंद्र मोदी से मुलाकात की और...
Free Wi-Fi से हो सकता है बड़ा नुकसान, बैंकिंग के साथ चोरी हो सकता है आपका पर्सनल डाटा
Tips To Use Wi-Fi मेट्रो स्टेशन रेलवे स्टेशन होटल रोड पर आपने भी कई जगह Free Wi-Fi का पोस्टर देखा...