সোণাৰি নূপুৰ ডান্স একাডেমীৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় "এজাক জোনাকী জিলমিল " শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। আনহাতে সন্ধিয়া অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত অসমৰ লোকসংগীত /টোকাৰী গীতৰ সম্ৰাট তথা বৰ বিহুৱা খগেন গগৈলৈ আগবঢ়োৱা হয় "জীৱন জোৰা শিল্পী সাধনা বঁটা" ২০২২। অনুষ্ঠানত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ লগতে যথেষ্ট সংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত এটি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#জামুগুৰিহাটৰ প্ৰয়াত ছাত্ৰ নেতাক চৰম অৱমাননা আছু নেতৃত্বৰ।
#জামুগুৰিহাটৰ প্ৰয়াত ছাত্ৰ নেতাক চৰম অৱমাননা আছু নেতৃত্বৰ।
થરાદ એસ.ટી ડેપો ખાતે સ્વચ્છતા અભિયાન અંતર્ગત સફાઈ નું આયોજન કરવામાં આવ્યું
થરાદ એસ.ટી ડેપો ખાતે સ્વચ્છતા અભિયાન અંતર્ગત સફાઈ નું આયોજન કરવામાં આવ્યું
થરાદ ડેપોના...
সোণাৰিত বিদ্যুত বিভাগৰ কাৰ্যালয় ঘেৰাও চৰাইদেউ জিলা কংগ্ৰেছৰ
বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদত সোণাৰিত বিদ্যুত বিভাগৰ কাৰ্যালয় ঘেৰাও। চৰাইদেউ জিলা কংগ্ৰেছৰ...
শিৱসাগৰৰ বাবুপটিস্থিত শিৱসাগৰ প্ৰেছ ক্লাৱত ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল
শিৱসাগৰ প্ৰেছ ক্লাৱত ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল, অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত হ'ব...
ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা
১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু।
১৩,১৪...