ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি দেশত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰি থকা হৈছে, সেই উদ্দেশ্যে আজি চেপনৰ খালৈঘোগুৰা সমবায় সমিতিৰ তিৰঙ্গা বিপনী কেন্দ্ৰ উদ্বোধন সকলোৰে প্ৰিয় অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত যোগেন মহনে। সকলোৱে মিলি এইবাৰ সমগ্ৰ বিশ্বৰ আগতে দেশৰ একতা প্ৰদৰ্শন কৰিবলৈ আহবান জনালে মাননীয় মন্ত্ৰী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Kejriwal tries hand on drum during closing ceremony of Delhi govt Happiness Utsav
#Shorts #ArvindKejriwal #HappinessUtsav #ManishSisodia 🔔New Delhi, July 29 Chief Ministe...
শিৱসাগৰৰ মেটেকাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ নৃত্যাংশৰ শুভাৰম্ভণি
শিৱসাগৰঃ --শিৱসাগৰৰ মেটেকা মাজগাঁৱত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ...
Ram Mandir Pran Pratishtha Ceremony में शामिल होने पर क्या बोले Bollywood Actor Sanjay Dutt, Ayodhya
Ram Mandir Pran Pratishtha Ceremony में शामिल होने पर क्या बोले Bollywood Actor Sanjay Dutt, Ayodhya
Israel Hamas War के बीच पश्चिम से लेकर Middle East में ईरान कितना ताक़तवर (BBC Hindi)
Israel Hamas War के बीच पश्चिम से लेकर Middle East में ईरान कितना ताक़तवर (BBC Hindi)