আজি ২০২৩ চনৰ পহিলা জানুৱাৰী৷বিভিন্ন ঐতিহাসিক ঠাইৰ লগতে নলবাৰী জিলাৰ বৰভাগৰ দোকোহাঁ গাৱঁৰ থেঠাঁ গোসাঁই থানটো পূৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা যায়৷পাগলাদিয়া নৈৰ পাৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশত অৱস্থিত উক্ত থান চৌহদত অতীতৰে পৰা বনভোজৰ দলৰো আগমন ঘটে৷আজি পহিলা জানুৱাৰী উপলক্ষে অৰ্ধশতাধিক বনভোজৰ দলে উক্ত থানত বনভোজ খোৱা দেখা যায়৷গীত নৃত্য আৰু চাউণ্ডছেটৰ শব্দত উত্তাল হৈ পৰিছিল সমগ্ৰ চৌহদটো৷ইতিমধ্যে থান পৰিচালনা সমিতি আৰু স্থানীয় কমাৰকুছি আৰক্ষী চকীৰ আৰক্ষী দলে বনভোজৰ দল সমূহৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে৷এটা সুন্দৰ পৰিবেশৰ মাজত আজিৰ দিনটো অতিবাহিত কৰা বুলি থান পৰিচালনা সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাত চতুৰ্থ বৰ্ষ বিহু কৰ্মশালা ১৭মাৰ্চৰ পৰা।
ৰহা অংকুৰ জ্যোতি বিহুবা দল আৰু বিহু শিল্পী সংস্থা নগাঁও জিলা ৰ ব্যবস্থাপনাত চতুৰ্থ বৰ্ষ বৃহতৰ ৰহা...
खारुपेतिया में भगवान शनिजन्मोत्सव धूमधाम से मनाया गया
राज्य के अन्य प्रांतो के साथ दरंग ज़िले के खारुपेतिया में भी भगवान शनि का जन्मोत्सव धूमधाम से...
પાટણ જિલ્લાના સાંતલપુરમાં મોટી દુર્ઘટના
પાટણ જિલ્લાના સાંતલપુરમાં મોટી દુર્ઘટના
मुंबई येथे भाजपा आ मुटकुळे यांनी भाजपाचे प्रदेशाध्यक्ष बावनकुळे यांची घेतली भेट
आज मुंबई येथे प्रदेश अध्यक्ष चंद्रशेखर बावनकुळे साहेब यांच्या उपस्थितीत व हिंगोली...
ભાજપ નું નામ જ ભ્રષ્ટાચાર તરીકે લોકો ઓળખવા લાગ્યા છે.
ભાજપ નું નામ જ ભ્રષ્ટાચાર તરીકે લોકો ઓળખવા લાગ્યા છે.