শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহন্সৰ কল্পতৰো উৎসৱ উপলক্ষে আজি ৰামকৃষ্ণ সেৱা সমিতি সোণাৰিৰ উদ্যোগতা ৰোগী সকলৰ মাজত আজি লঘু অহাৰ বিতৰণ কৰা হয়। ৰামকৃষ্ণ সেৱা সমিতি সোণাৰিৰ সভাপতি মোহিত সেন, উপ সভাপতি মৃত্যুঞ্জয় দাস, প্ৰাক্তন সভাপতি সমৰ সেন, সহকাৰী সম্পাদক সুবুধ কৰ, সদস্য সুজিত, খুশি বৈদ্য, নকুল দত্ত আদিৰ নেতৃত্বত যোৱা সেৱা সমিতিৰ সদস্য সকলে আজি পুৱা সোণাৰি ৰজাপুখুৰীত অৱস্থিত জিলা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ইয়াৰ ভৰ্তি হৈ থকা শতাধিক ৰোগী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলৰ মাজত লঘু অহাৰ বিতৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાલોલ નગરની શાળાઓમાં શાંતિપૂર્ણ વાતાવરણમાં ધોરણ 10 અને 12 ની બોર્ડની પરીક્ષા યોજવા ટાઉન પોલીસ સજજ.
ગુજરાત રાજ્ય માધ્યમિક અને ઉચ્ચતર માધ્યમિક શિક્ષણ બોર્ડ દ્વારા આવતીકાલથી યોજાનારી ધોરણ 10 અને ધોરણ...
Raebareli 5th Phase Voting 2024: मतदान के बीच रायबरेली की जनता की क्या राय? | Lok Sabha Election
Raebareli 5th Phase Voting 2024: मतदान के बीच रायबरेली की जनता की क्या राय? | Lok Sabha Election