শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহন্সৰ কল্পতৰো উৎসৱ উপলক্ষে আজি ৰামকৃষ্ণ সেৱা সমিতি সোণাৰিৰ উদ্যোগতা ৰোগী সকলৰ মাজত আজি লঘু অহাৰ বিতৰণ কৰা হয়। ৰামকৃষ্ণ সেৱা সমিতি সোণাৰিৰ সভাপতি মোহিত সেন, উপ সভাপতি মৃত্যুঞ্জয় দাস, প্ৰাক্তন সভাপতি সমৰ সেন, সহকাৰী সম্পাদক সুবুধ কৰ, সদস্য সুজিত, খুশি বৈদ্য, নকুল দত্ত আদিৰ নেতৃত্বত যোৱা সেৱা সমিতিৰ সদস্য সকলে আজি পুৱা সোণাৰি ৰজাপুখুৰীত অৱস্থিত জিলা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ইয়াৰ ভৰ্তি হৈ থকা শতাধিক ৰোগী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলৰ মাজত লঘু অহাৰ বিতৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অকনিৰ কবিতা ঘৰৰ ৩০তম্ আৰু সংগীত কাননৰ ১৭তম্ প্ৰতিষ্ঠা দিৱস ৭ জানুৱাৰীত।অকণিৰ মিলন মেলা ২০২৪আৰু জিকমিক ৰূপালী জোনাক সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হব।
১৯৯৪চনৰ ১ জানুৱাৰী ত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান...
'सुशासन को कुशासन में बदलने में एक्सपर्ट कांग्रेस, देश नहीं अपना स्वार्थ सर्वोपरि', पीएम मोदी ने छतरपुर की मिट्टी को किया प्रणाम
मध्यप्रदेश में पीएम मोदी की सिलसिलेवार रैलियों का दौर जारी है। सतना में विशाल जनसभा करने के बाद...
झारखंड के पूर्व मुख्यमंत्री हेमंत सोरेन को रांची हाईकोर्ट से मिली जमानत
झारखंड के पूर्व मुख्यमंत्री और जेएमएम नेता हेमंत सोरेन को हाई कोर्ट से शुक्रवार (28 जून) को बड़ी...
દેવગઢ બારીયાના સર્કલ પોલીસ ઇન્સ્પેક્ટર બી.બી બેગડીયા પી.ટી.સી જુનાગઢ ખાતે બદલી થઈ
દેવગઢ બારીયાના સર્કલ પોલીસ ઇન્સ્પેક્ટર બી.બી બેગડીયા પી.ટી.સી જુનાગઢ ખાતે બદલી થઈ