আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌলত অনুষ্ঠিত হৈছে পয় খেক বান ফী ৷ ১৯৯৭ চনৰে পৰা সদৌ অসম ফুৰালুং সমাজৰ সভাপতি নগেন গগৈ উদ্যোগত নামনি লখিমপুৰ ফুৰালুং সমাজৰ সহযোগত দেশৰ লগতে সমাজত শান্তি আৰু মংগলৰ কামনাৰে ৩১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল পয় খেক বান ফী ৷ ইয়াৰ পাচৰে পৰা ক্ৰমাগতভাৱে প্ৰতিবছৰে উদ্যাপন কৰি অহা অনুষ্ঠানভাগৰ এই বছৰত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে ঐতিহাসিক মাঘনোৱা দৌল প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসুচীৰে আজিৰে পৰা উদ্যাপন কৰা হৈছে ৷ পুৱা বিন-খ্ৰিন-ফা (পতাকা) উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি হৰেন গগৈয়ে আৰু মে-ময়ডাম তৰ্পন কৰে ৰঙতি গাঁও পঞ্চায়ত সভাপতি ৰাতুল বৰপাত্ৰগোহাঁয়ে ৷ দিনটোত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ফুৰা নাম অনুষ্ঠিত হয় ৷ কাইলে মুল দিনটোত পুজা আৰু মুকলি সভা অনুষ্ঠিত হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
झुग्गी बस्तियों में जाकर बच्चों के साथ मनाया दीपावली वितरित किया गया मिठाई।
-मलिन बस्ती में रहने वाले बच्चों के साथ सामाजिक संगठन के पदाधिकारियों ने मनाई दीपावली।...
રીક્ષાચાલકોનો આક્ષેપ: જૂનાગઢમાં
રીક્ષાચાલકોએ કલેક્ટરને આવેદનપત્ર પાઠવ્યું,
પોલીસ મનફાવે તેવો દંડ કરતી હોવાનો આક્ષેપ
જૂનાગઢમાં એકતા રીક્ષા ચાલક એસોસીએશને રીક્ષા સ્ટેન્ડ
બાબતે કલેક્ટરને આવેદપત્ર પાઠવી રજૂઆત કરી...
‘मां तुझे सलाम’ कार्यक्रम में उमडेंगे शहरवासी, स्वतंत्रता दिवस की पूर्व संध्या पर कांग्रेस कार्यकर्ताओं की वाहन रैली आज
स्वतंत्रता दिवस की पूर्व संध्या पर बुधवार को 'माँ तुझे सलाम' कार्यक्रम के तहत पीसीसी सचिव शिवकांत...
এক সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে ROUND TABLE INDIA আৰু LADIES CIRCLE INDIA
এক সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে ROUND TABLE INDIA আৰু LADIES CIRCLE INDIA