সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ সভা আজি সোণাৰি দুৰ্গা মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ সন্মানীয় সভাপতি ভীম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সভাই অহা ইং ২৫ আগষ্ট, ২০২২ তাৰিখে এদিনীয়া দিনযোৰা কাৰ্য্যসূচীৰে ভাৰতৰ স্বাধীনতা সেনানী বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্লৰ ৭৮ সংখ্যক "বলিদান দিৱস" সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত সোণাৰিৰ আইদেউবাৰীত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি কৃষ্ণ নেৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন মূখপাত্ৰ সম্পাদক পুৰুষোত্তম চুব্বা, অবিভক্ত শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সূৰ্য্য লামা প্ৰমূখ্যে কৰি অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত আজিৰ সভা সুচাৰুৰূপে সম্পন্ন হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગીર સોમનાથ : કોડીનાર નેશનલ હાઈવે પર સર્જાયો અકસ્માત
ગીર સોમનાથ : કોડીનાર નેશનલ હાઈવે પર સર્જાયો અકસ્માત
Heavy rains in Delhi: भारी बारिश के कारण Delhi, Noida, Gurugram में School बंद | Weather Updates
Heavy rains in Delhi: Schools in Delhi, Gurugram, Noida to stay shut today Delhi वालों को उमस भरी...
UP News: नकली नोटों की तस्करी का खुलासा, SP नेता पर हुआ बड़ा एक्शन | Aaj Tak
UP News: नकली नोटों की तस्करी का खुलासा, SP नेता पर हुआ बड़ा एक्शन | Aaj Tak
ঢকুৱাখনাৰ চামপৰামুখ প্ৰাথমিক বিদ্যালয়ত ভাড়াতীয়া শিক্ষকেৰে পাঠদান
প্ৰধান শিক্ষকৰ মইমতালিত ক্ষুব্দ অভিভাৱকৰ প্ৰতিবাদ
বৰদলনি:...