সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ সভা আজি সোণাৰি দুৰ্গা মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ সন্মানীয় সভাপতি ভীম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সভাই অহা ইং ২৫ আগষ্ট, ২০২২ তাৰিখে এদিনীয়া দিনযোৰা কাৰ্য্যসূচীৰে ভাৰতৰ স্বাধীনতা সেনানী বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্লৰ ৭৮ সংখ্যক "বলিদান দিৱস" সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত সোণাৰিৰ আইদেউবাৰীত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি কৃষ্ণ নেৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন মূখপাত্ৰ সম্পাদক পুৰুষোত্তম চুব্বা, অবিভক্ত শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সূৰ্য্য লামা প্ৰমূখ্যে কৰি অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত আজিৰ সভা সুচাৰুৰূপে সম্পন্ন হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંતરામપુર તાલુકાના ગોધર ગામે ખેડૂતોને પ્રાકૃતિક ખેતીના ચાર આધાર સ્થંભ વિશે માહિતગાર કરાયા
મહીસાગર જિલ્લાના સંતરામપુર તાલુકાના ગોધર(પ) ગામે પ્રાકૃતિક ખેતી ના બહોળા પ્રચાર પ્રસાર...
મહેમદાવાદ ;સિદ્ધિવિનાયક ફાઉન્ડેશનમાં જોડાયેલ ફોરમ પરીખ દ્વારા એક અનેરો પ્રયાસ
મહેમદાવાદ ;સિદ્ધિવિનાયક ફાઉન્ડેશનમાં જોડાયેલ ફોરમ પરીખ દ્વારા એક અનેરો પ્રયાસ
ડીસામાં પથ્થરના ઘા મારી અજાણ્યા યુવકની હત્યા કરતાં ચકચાર
ડીસામાં આજે માર્કેટયાર્ડ પાસે એક યુવકની પથ્થરના ઘા મારી હત્યા થઈ હોવાની ઘટના સામે આવી છે. ઘટનાને...
Largest Digital Camera: वैज्ञानिकों ने बनाया दुनिया का सबसे बड़ा 3200MP का कैमरा, साइज कार के बराबर
खगोल विज्ञान के लिए अब तक बनाया गया यह सबसे बड़ा डिजिटल कैमरा लगभग एक छोटी हैचबैक कार के आकार का...
नए फोन के आने से पहले, अब इतना सस्ता हुआ ये धमाकेदार स्मार्टफोन, हर मामले में है शानदार
iQOO 13 भारत में जल्द लॉन्च होने वाला है। इस बीच कंपनी ने अपने पुराने मॉडल iQOO 12 की कीमत कम कर...