সোণাৰিত আসাম ষ্টেট পাৱাৰ ৱ'কাৰছ ইউনিয়ৰ প্ৰতিবাদ 

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসূৰী তিনিওটা কোম্পানী, নিগমৰ অধীনস্থ শক্তিশালী শ্রমিক সংগঠন আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে তেওঁলোকৰ ১০ দফীয়া দাবী তুলি প্রথমলানি আন্দোলনৰ তৃতীয় কাৰ্যসূচী হিচাপে আজি ‘কমল আৰু সঁজুলি বন্ধ' ৰূপায়ন কৰে ।সমগ্র ৰাজ্যখনৰ লগতে চৰাইদেউ জিলা অসম ৰাজ্যিক শক্তি কৰ্মী সংঘই ২৪ ঘণ্টা কামৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈ আজি কৰ্মবিৰতি পালন কৰে ।