সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অনুষ্ঠিত কৰা হল দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।জনজাতিকৰণ প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী তথা চাহ বাগিচা অধ্যুষিত সমূহৰ ভূমিৰ অধিকাৰ ও অাৱন্টন প্ৰদান কৰা।অসমত বসবাস কৰা আদিবাসী সকলক obc জনজাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ *আদিবাসী জাতীয় মঞ্চ ক* কৃতিত্ব প্ৰদান কৰা,আদিবাসী চাহ শ্ৰমিক সকলক দৈনিক মজুৰি বৃদ্ধি কৰা,চাহ বাগিচা সমূহৰ প্ৰথমিক শিক্ষা উন্নত মানদণ্ড আৰু বিজ্ঞান সন্মত ভাবে উন্নত কৰণ কৰা আৰু অসমৰ চাহ বাগিচা সমূহ উচ্ছেদ বন্ধ কৰাৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰা হয়।উক্ত কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি আৰু জিলা খনৰ আঞ্চলিক সমিতি সমূহৰ নেতা কৰ্মী সকল অংশ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંતરામપુર નગરમાં ભગવદ્ કથાનું આયોજન કરવામાં આવ્યું
સંતરામપુર નગરમાં ભગવદ્ કથાનું આયોજન કરવામાં આવ્યું
ચોટીલાનાં ખુનનાં ગુનામાં પાંચ વર્ષથી ફરાર આરોપીઓ તળેટીમાંથી ઝડપાયા
પેરોલ ફર્લો સ્કવોડની ટીમ ચોટીલા પો.સ્ટે. વિસ્તારના નાસતા ફરતા આરોપીઓ પકડી પાડવા સારુ સતત...
নিউ লভ লাইভ ফাউণ্ডেচনৰ কৰ্মক কিয় প্ৰশংসা কৰিলে মৰাণ ছাত্ৰ সন্থাৰ তালাপ কৰ্দৈগুৰিৰ সাধাৰণ সম্পাদকে
নিউ লভ লাইভ ফাউণ্ডেচনৰ কৰ্মক কিয় প্ৰশংসা কৰিলে মৰাণ ছাত্ৰ সন্থাৰ তালাপ কৰ্দৈগুৰিৰ সাধাৰণ সম্পাদকে
ગુજરાત રાજ્યમાં વિધાનસભાની ચૂંટણી જાહેરાત થતાંજ આચાર સહિતા લાગુ..
આજે ગુજરાત ની વિધાનસભા ની ચૂંટણીની જાહેરાત થતા જ આચાર સહિત લાગુ થતા ડીસા શહેર માં લાગેલા હોડીગો...
PSU Shares Downfall Reason | सरकारी शेयरों का बुरा हाल, शिखर से 10 लाख करोड़ का मार्केट कैप साफ
PSU Shares Downfall Reason | सरकारी शेयरों का बुरा हाल, शिखर से 10 लाख करोड़ का मार्केट कैप साफ