সোণাৰিৰ শালকাঠনী চাহ বাগিচাত ৰহস্যজনক হত্যাকাণ্ড ৷ অচিনাক্ত লোকে বৃহস্পতিবাৰে নিশা ঘপিয়াই হত্যা কৰিলে বিজয় তন্তবাই নামৰ এজন লোকক। চোকা অস্ত্ৰৰে ডিঙিত উপযুপৰি ঘাপ মৰাৰ ফলতেই মৃত্যু হ'ল বিজয় তন্তবাই (৪৫) নামৰ লোকজনৰ ৷ বাগিচাখনৰ খাড়ীয়া লাইনত সংঘটিত হ'ল এই ঘটনা । মাজনিশা ঘৰত শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ দোৱাৰ খুলি বিজয় তন্তবাইৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সম্ভেদ পায় বিজয় তন্তবাই শোৱাপাটিৰ পৰা উঠি আহি দুৰ্বৃত্তগৰাকীক আটক কৰিবলৈ চেষ্টা চলাওঁতেই হাতত লৈ অহা চোকা অস্ত্ৰৰে বিজয়ক আঘাত কৰি পলায়ন কৰে দুৰ্বৃত্তই ৷ ফলত গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত বিজয়ক নিশাই সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও ডিব্ৰুগড়লৈ নিয়াৰ পথতেই মৃত্যুক আকোঁৱালি লয় বিজয় তন্তবাইয়ে ৷ বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই হত্যাকাৰীক ৷ ইফালে হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત માટે ગૌરવ..
ગુજરાત માટે ગૌરવ: વડનગર અને મોઢેરા સૂર્યમંદિરનો યુનેસ્કોની વર્લ્ડ હેરિટેજ યાદીમાં સમાવેશ,...
Uday Samant Attacked उदय सामंत यांच्यावर हल्ला; हातात हॉकी स्टिक, शिवीगाळ करत सिग्नलवर गाडीवर हल्ला
Uday Samant Attacked उदय सामंत यांच्यावर हल्ला; हातात हॉकी स्टिक, शिवीगाळ करत सिग्नलवर गाडीवर हल्ला
Guinness World record diamonds RING EXHIBITION IN LULU MALL
Guinness World record diamonds RING EXHIBITION IN LULU MALL