সোণাৰিৰ সাপেখাতিত দ্বিতীয় বিশ্বযুদ্ধত নিহত লোকৰ লগতে ভুপতিত হোৱা যুজাঁৰো বিমানৰ ধ্বংসাৱশেষ বিচাৰি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ অভিযান। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা অহা পাঁচজনীয়া দলক এই অভিযানত নেতৃত্ব দিছে ভাৰতীয় নৃতত্ব বিভাগৰ বিষয়াই। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাপেখাতিত ভু-পতিত হোৱা বিমানখনত থকা ১৪ জনকৈ লোক নিহত হৈছিল। এই সন্দৰ্ভত ইতিপূৰ্বে কেইবাবাৰো অভিযান চলাই ধ্বংসপ্ৰাপ্ত বিমানখনৰ ব্লেক বক্সৰ লগতে নিহত লোকৰ অস্থি উদ্ধাৰ হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sushil Kedia’s Bold Stock Picks | Crude के भाव बढ़ने से कौन से Stocks में होगा सबसे ज्यादा असर?
Sushil Kedia’s Bold Stock Picks | Crude के भाव बढ़ने से कौन से Stocks में होगा सबसे ज्यादा असर?
Opening Bell: Sensex 240 अंक चढ़ा, Nifty 20,200 के ऊपर खुला, फोकस में Auto Stocks | Business News
Opening Bell: Sensex 240 अंक चढ़ा, Nifty 20,200 के ऊपर खुला, फोकस में Auto Stocks | Business News
*पुरानी पेंशन बहाली को लेकर धरना कर रहे अध्यापकों
ने रैली निकालकर दर्ज कराया अपना विरोध*
*पुरानी पेंशन बहाली को लेकर धरना कर रहे अध्यापकों ने रैली निकालकर दर्ज कराया अपना विरोध*
સોજીત્રા બેઠકના કણીયા ગામના રહીશો રસ્તા બાબતે ચૂંટણી બહિષ્કાર કરવા તૈયાર
સોજીત્રા વિધાનસભા બેઠકમાં આવતા પેટલાદ તાલુકાના કણીયા ગામે છેલ્લા કેટલાક વરસોથી રસ્તાનો પ્રશ્ન...
গোগামুখ আৰক্ষী থানাৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
গোগামুখ আৰক্ষী থানাৰ প্ৰশাসনীয় পদক্ষেপ
দেশে স্বাধীনতাৰ অমৃত মহোৎসব তথা ৭৬ সংখ্যক...