সোণাৰিৰ সাপেখাতিত দ্বিতীয় বিশ্বযুদ্ধত নিহত লোকৰ লগতে ভুপতিত হোৱা যুজাঁৰো বিমানৰ ধ্বংসাৱশেষ বিচাৰি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ অভিযান। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা অহা পাঁচজনীয়া দলক এই অভিযানত নেতৃত্ব দিছে ভাৰতীয় নৃতত্ব বিভাগৰ বিষয়াই। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাপেখাতিত ভু-পতিত হোৱা বিমানখনত থকা ১৪ জনকৈ লোক নিহত হৈছিল। এই সন্দৰ্ভত ইতিপূৰ্বে কেইবাবাৰো অভিযান চলাই ধ্বংসপ্ৰাপ্ত বিমানখনৰ ব্লেক বক্সৰ লগতে নিহত লোকৰ অস্থি উদ্ধাৰ হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 में Google पर सबसे ज्यादा क्या सर्च हुआ, किस चीज में रहा यूजर्स का इंटरेस्ट
Year ender 2024 ज्यादातर लोग अलग-अलग वर्ड्स के मतलब समझने के लिए भी गूगल सर्च करते हैं। इस साल...
યુવતીને ગામનો એક પરિણીત યુવક લવજેહાદમાં ફસાવી ભગાડી ગયો હોવાનો આક્ષેપ યુવતીના પરિવારજનો દ્વારા કરવામાં આવ્યો:મામલતદારને આવેદનપત્ર પાઠવવામાં આવ્યું
પાટડીના ચીકાસર ગામમાં રહેતી યુવતીને ગામનો એક પરિણીત યુવક લવજેહાદમાં ફસાવી ભગાડી ગયો હોવાનો આક્ષેપ...
কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত স্বাধীনতা দিৱস উদযাপন৷৷
হাজো সমষ্টিৰ অন্তৰ্গত কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত আজি ৭৬ সংখ্যাক স্বাধীনতা দিৱস...
জোনাইত এখন গাঁৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে
জোনাইত এখন গাঁৱে দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে
জেচিবি চলাই অমৃত সৰোবৰ আঁচনি শুভাৰম্ভ কেবিনেট মন্ত্ৰী যোগেন মহনৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খুমটাই...