আজি ভাৰতীয় গণিত বিশেষজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্মদিন উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এইড এট এক্সনৰ উদ্যোগত চতমা ধৰনীধৰ বিদ্যাপীঠত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে এখন গণিত মেলাৰ আয়োজন কৰে৷ধৰনীধৰ বিদ্যাপীঠৰ সহযোগত অনুষ্ঠিত হোৱা গণিত মেলাত পূৱাৰ ভাগতে এইড এট এক্সনৰ গণিত বিশেষজ্ঞ দীনেশ লাহতী,যোগাযোগ সহযোগী দৃষ্টি দুৱৰা আৰু জিলা সমন্বয়ক খনীন্দ্ৰ কলিতাই পৰিদৰ্শন কৰে৷ইয়াৰ পিচতে পূৱা গণিত মেলাৰ শুভ উদ্বোধন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই৷গণিত মেলাত উপস্থিত থাকে দেহাৰকুছি ক্লাছতাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মোজামিল হক,গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বী ভূষন ডেকা,ধৰনীধৰ বিদ্যাপীঠৰ প্ৰধানশিক্ষক গিৰীশ বৰুৱা,সহযোগী শিক্ষক শিক্ষয়িত্ৰী,কৰ্মচাৰী,সংবাদকৰ্মী,অভিভাৱক,অভিভাবিকা,লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল৷অঞ্চলটোৰ বিশখন শিক্ষানুষ্ঠানৰ শহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে সহযোগ কৰে৷অনুষ্ঠানটি পৰিচালনাত দেহাৰকুছি ক্লাছতাৰৰ শিক্ষা সহায়ক প্ৰানজিত দাস,নিত্য চৌধুৰী,প্ৰিয়ংকা চৌধুৰী,পৰশজ্যোতি বৰ্মনৰ উপৰিও বিভিন্ন গাৱঁৰ স্বেচ্ছাসেৱক আৰু বিদ্যালয় খনৰ সহায় কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुजरात विधानसभा-2022, क्या हे कोंग्रेस के 8 वचन, सुनिये क्या कहा कनैयाकुमार ने. #कनैयाकुमार#gujrat
गुजरात विधानसभा-2022, क्या हे कोंग्रेस के 8 वचन, सुनिये क्या कहा कनैयाकुमार ने. #कनैयाकुमार#gujrat
દિયોદર તાલુકા પ્રાથમિક શિક્ષક ક્રિકેટ ટુર્નામેન્ટનું આયોજન,,કે.જે. કેપિટલ ટિમ નો થયો વિજય
તારીખ -૭/૧/૨૦૨૩ ને શનિવારના રોજ આલુદેવી સ્ટેડિયમ,સુરાણા ખાતે દિયોદર તાલુકા પ્રાથમિક શિક્ષક...
Jharkhand Politics: Champai Soren लेंगे सीएम पद की शपथ, 2 और लोग मंत्री पद की शपथ लेंगे | Aaj Tak
Jharkhand Politics: Champai Soren लेंगे सीएम पद की शपथ, 2 और लोग मंत्री पद की शपथ लेंगे | Aaj Tak
પૂર્વ કચ્છમાં અલગ શિક્ષણ કચેરીની ગતિવિધિ તેજ
ભુજ, અબડાસાથી રાપર અને ભચાઉથી લખપત તાલુકા વચ્ચે અંદાજે 300થી વધુ કિલોમીટર જેટલું અંતર ધરાવતા...
Rajouri Encounter Updates: Jammu-Kashmir के राजौरी में सुरक्षाबलों की आतंकियों के साथ मुठभेड़
Rajouri Encounter Updates: Jammu-Kashmir के राजौरी में सुरक्षाबलों की आतंकियों के साथ मुठभेड़