ৰাষ্ট্ৰীয় পশুধন মিছনৰ উদ্যোগত লখিমপুৰ জিলা পশুপালন বিভাগৰ দ্বাৰা নাৰায়ণপুৰত অনুষ্ঠিত হৈছে তিনিদিনীয়া বৈজ্ঞানিক পদ্ধতিৰ পশুপালন প্ৰশিক্ষণ কৰ্মশালা ৷ আচঁনি খনৰ জৰিয়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ , উত্তৰ লখিমপুৰ আৰু ঢকুৱাখানা এই তিনিস্থানত ২৭০ গৰাকী লোকক হাঁহ , ছাগলী আৰু গাহৰি পালন সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ ইয়াৰে নাৰায়ণপুৰত তিনিটা স্থান ক্ৰমে নাৰায়ণপুৰ প্ৰেছ ক্লাব , জ্যেষ্ঠ নাগৰিক সন্থা আৰু নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত মুঠ ৯০ গৰাকী হিতাধিকাৰীক আজিৰে পৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণ কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত লখিমপুৰ জিলা পশুপালন বিষয়া সত্যপতি গয়াৰি , নাৰায়ণপুৰ আৰু লালুক খন্ড পশুপালন বিষয়া ডা° জ্যোতি পৱন চুতীয়া আৰু ডা° কুশল বৰুৱা , সাংবাদিক সৰোজ কুমাৰ নেওগৰ লগতে জ্যেষ্ঠ সহায়ক পুতুল বৰুৱাকে প্ৰমুখ্যে একাংশ চিকিৎসা সহায়ক উপস্থিতি থাকে ৷ প্ৰশিক্ষণৰ প্ৰথম দিনটোত চিকিৎসক সকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে দ্বিতীয় দিনা লখিমপুৰ পশুচিকিৎসা মহাবিদ্যালয় তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिलेला शब्द पाळणारा आणि आपली तत्वे जपणारा माणूस म्हणजे पिंट्या गायकवाड
दिलेला शब्द पाळणारा आणि आपली तत्वे जपणारा माणूस म्हणजे पिंट्या गायकवाड
सर्व सामान्य...
ભાવનગરમાં ‘લમ્પી’નું સંક્રમણ વધતા પશુપાલકોમાં ચિંતા
ગુજરાતના અનેક જીલ્લાઓમાં લમ્પી વાયરસ ફેલાયો છે ત્યારે ભાવનગરમાં લમ્પી વાઈરસે આક્રમણ કર્યું છે....
श्रावण मास के अंतिम महा प्रदोष पर मायला कुंड शिवालय में सजाई 56 भोग की झांकी
निवाई में श्रावण मास के महा प्रदोष के पावन अवसर पर रक्तांचल पर्वत की तलहटी में स्थित मायला कुंड...
प्रियंका बोलीं- PM को बुजुर्गों का सम्मान करना चाहिए:खड़गे की बजाय खुद लेटर लिखते
जेपी नड्डा के कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे को भेजे गए लेटर की प्रियंका गांधी ने आलोचना की।...