ৰাষ্ট্ৰীয় পশুধন মিছনৰ উদ্যোগত লখিমপুৰ জিলা পশুপালন বিভাগৰ দ্বাৰা নাৰায়ণপুৰত অনুষ্ঠিত হৈছে তিনিদিনীয়া বৈজ্ঞানিক পদ্ধতিৰ পশুপালন প্ৰশিক্ষণ কৰ্মশালা ৷ আচঁনি খনৰ জৰিয়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ , উত্তৰ লখিমপুৰ আৰু ঢকুৱাখানা এই তিনিস্থানত ২৭০ গৰাকী লোকক হাঁহ , ছাগলী আৰু গাহৰি পালন সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ ইয়াৰে নাৰায়ণপুৰত তিনিটা স্থান ক্ৰমে নাৰায়ণপুৰ প্ৰেছ ক্লাব , জ্যেষ্ঠ নাগৰিক সন্থা আৰু নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত মুঠ ৯০ গৰাকী হিতাধিকাৰীক আজিৰে পৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণ কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত লখিমপুৰ জিলা পশুপালন বিষয়া সত্যপতি গয়াৰি , নাৰায়ণপুৰ আৰু লালুক খন্ড পশুপালন বিষয়া ডা° জ্যোতি পৱন চুতীয়া আৰু ডা° কুশল বৰুৱা , সাংবাদিক সৰোজ কুমাৰ নেওগৰ লগতে জ্যেষ্ঠ সহায়ক পুতুল বৰুৱাকে প্ৰমুখ্যে একাংশ চিকিৎসা সহায়ক উপস্থিতি থাকে ৷ প্ৰশিক্ষণৰ প্ৰথম দিনটোত চিকিৎসক সকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে দ্বিতীয় দিনা লখিমপুৰ পশুচিকিৎসা মহাবিদ্যালয় তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Men Skincare Tips: त्वचा की देखभाल से जुड़ी अच्छी आदत जिन्हें पुरुषों को नहीं करना चाहिए इग्नोर
त्वचा की देखभाल करना हर किसी के लिए सामान्य रूप से अनिवार्य है। एक निश्चित लिंग तक इसे सीमित करना...
નારી વંદન ઉત્સવ નિમિતે સ્વાવલંબન દિવસનીઉજવણી અન્વયે ભુજમાં મહિલાઓ માટે સ્વરોજગાર મેળો યોજાયો..
નારી વંદન ઉત્સવ નિમિતે સ્વાવલંબન દિવસનીઉજવણી અન્વયે ભુજમાં મહિલાઓ માટે સ્વરોજગાર મેળો યોજાયો.....
BJP नेता बोले-किरोड़ी ने भीख मांगी, लोगों ने फैला दिया:रावण ने साधु वेश में भिक्षा मांग सीताहरण किया; सामान्य सीटों पर एसटी को टिकट, जनरल कहां जाएगा
दौसा से भाजपा के पूर्व विधायक शंकरलाल शर्मा ने मंत्री किरोड़ीलाल मीणा के बयानों पर पलटवार किया।...
દુકાનો બંધ કરાવવા નીકળેલા વિપક્ષ નેતા સુખરામ રાઠવાની અટકાયત
#buletinindia #gujarat #chotaudepur