তেজপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হৈছে নলবাৰীৰ শিশু বিজ্ঞানীী দৰ্শিত কাশ্যপ৷আজি ঘোষণা কৰা ফলাফল অনুযায়ী নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ দৰ্শিত কাশ্যপৰ প্ৰকল্পটো অহা জানুৱাৰী মাহত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৱ লগা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়৷উল্লেখ্য যে টিহু নিবাসী ৰবীন কলিতা আৰু পাপৰি কলিতাৰ একমাত্ৰ পুত্ৰ দৰ্শিতে টিহুৰে প্ৰাচুৰ্য্য হালৈৰ সৈতে প্ৰাক্তন শিশু বিজ্ঞানী হিমাস্মিতা ডেকাৰ তত্বাবাধনত এই প্ৰকল্প কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
সোণাৰি দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
বৃদ্ধি পাইছে উদণ্ড বাইক চালকৰ দৌৰাত্ম্য ।
পৰিবহন বিভাগৰ...
Honda अपनी चुनिंदा कारों पर दे रही है 1 लाख रुपये तक का बंपर डिस्काउंट, City और Amaze लिस्ट में शामिल
फरवरी 2024 में Amaze और City दोनों मॉडलों पर सबसे ज्यादा छूट ऑफर की जा रही है। कंपनी इस महीने...
માનવતા દર્શન કરાવતા કિરણભાઈ પારેખ..
માનવતા ના દર્શન કરાવતા ડૉ કિરણભાઈ પારેખ,,વર્તમાન સમયમાં અનેક લોકો સેવાની પ્રવુતિ કરતા જોવા મળે...
গোলাঘাট পূব উন্নয়ন খণ্ডৰ জুলা পথাৰ নৱ উদিত মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সকলৰ বাবে ভলীবল খেলৰ তিনিমহীয়া প্ৰশিক্ষণ ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ দ্বাৰা ছোৱালীসকলক ক্ৰীড়াক্ষেত্ৰত...