তেজপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হৈছে নলবাৰীৰ শিশু বিজ্ঞানীী দৰ্শিত কাশ্যপ৷আজি ঘোষণা কৰা ফলাফল অনুযায়ী নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ দৰ্শিত কাশ্যপৰ প্ৰকল্পটো অহা জানুৱাৰী মাহত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৱ লগা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়৷উল্লেখ্য যে টিহু নিবাসী ৰবীন কলিতা আৰু পাপৰি কলিতাৰ একমাত্ৰ পুত্ৰ দৰ্শিতে টিহুৰে প্ৰাচুৰ্য্য হালৈৰ সৈতে প্ৰাক্তন শিশু বিজ্ঞানী হিমাস্মিতা ডেকাৰ তত্বাবাধনত এই প্ৰকল্প কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेल्वे मंडल द्वारा खबर : जोधपुर सूर्यनगरी बांद्रा ट्रेन के कुछ डब्बे पटरी उतरे और अलग हुवे sms news
रेल्वे मंडल द्वारा खबर : जोधपुर सूर्यनगरी बांद्रा ट्रेन के कुछ डब्बे पटरी उतरे और अलग हुवे sms news
घोडगंगा साखर कारखान्यावर 450 कोटींचं कर्ज असेल तर मी राजकारणातून घरी बसेल अन्यथा तुम्ही घरी बसा..
घोडगंगा साखर कारखान्यावर 450 कोटींचं कर्ज असेल तर मी राजकारणातून घरी बसेल अन्यथा तुम्ही घरी बसा..
महिला सशक्तिकरण के लिए आयुर्वेद की थीम पर 29 अक्टूबर को मनाया जाएगा नवम आयुर्वेद दिवस
जिला कलेक्टर अक्षय गोदारा ने सोमवार को नवम राष्ट्रीय आयुर्वेद दिवस के आयोजन के पोस्टर का विमोचन...
পথ দুৰ্ঘটনাত আহত ঘগ্ৰাপাৰ হাইস্কুলৰ সহ শিক্ষক হেমন্ত বৈশ্যৰ মৃত্যু
নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ হাইস্কুলৰ সহ শিক্ষক হেমন্ত বৈশ্য এক পথ দুৰ্ঘটনাত আহত হৈ গুৱাহাটী...