বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড।চোৰে চাফাই অভিযান চলালে বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰত।আজি পুৱা পোহৰলৈ আহে এই ঘটনা।উল্লেখ্য যে যোৱা নিশা বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰৰ মূল মন্দিৰৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয়।যাৰ বাবে চোৰে মন্দিৰৰ গুডাম ঘৰৰ পকাৰ ভেন্টিলেচন ভাঙি লৈ যায় চিচি টিভিৰ মনিটৰৰ লগতে ডি.ভি.আৰ।ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্হিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।আনহাতে চোৰে মন্দিৰত চুৰি কৰাৰ পূৰ্বে চাকি বন্তিও জ্বলাইছিল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra Rain: महाराष्ट्र के Nashik में भारी बाढ़ का कहर, Godavari नदी में डूबे कई ऐतिहासिक मंदिर
Maharashtra Rain: महाराष्ट्र के Nashik में भारी बाढ़ का कहर, Godavari नदी में डूबे कई ऐतिहासिक मंदिर
છત્રાલા માધ્યમિક અને ઉચ્ચ માધ્યમિક શાળા ખાતે કન્યા કેળવણી મહોત્સવ ની ઉજવણી..
છત્રાલા માધ્યમિક અને ઉચ્ચ માધ્યમિક શાળા ખાતે કન્યા કેળવણી મહોત્સવ ની ઉજવણી..
ભવરસિહ સોલંકી...
Ragini Sonker Viral Speech : सपा की विधायक ने सदन में ऐसा क्या कहा, जो वायरल हो गया भाषण (BBC Hindi)
Ragini Sonker Viral Speech : सपा की विधायक ने सदन में ऐसा क्या कहा, जो वायरल हो गया भाषण (BBC Hindi)
বিহ পান কৰি পিতা-পুত্ৰ মৃত্যু
বিহ পান কৰি পিতা-পুত্ৰ মৃত্যু
শিৱসাগৰত এক শোকাৱহক ঘটনা সংঘটিত হৈছে | ২ পিতাপুত্ৰই বিহ...