চৰাইদেউ।জিলাৰ মৰাণ পৌৰসভাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি মাহমৰা ৰাজহ চক্ৰ মিচন।বসুন্ধৰা ২°০ৰ লগত সংগতি ৰাখি এখনি বিশেষ ৰাজহুৱা।আদালত অনুস্থিত কৰা হয়। এই সভাখনত মাহমৰা।ৰাজহ চক্ৰৰ কায্যৰ্কৰী বিষয়া ভাৰতী বৰা মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত,উপ পৌৰপতি উদয়শংকৰ গগৈ, মাহমৰা ৰাজহ চক্ৰৰ বিষয়া নীলমনি ফুকন, বিপ্লৱ দুৱৰাক ধৰি বহু সংখ্যক কৰ্মচাৰী উপস্থিত থাকে।এই সভাত মিচন বসুন্ধৰা ২°০ ৰ জৰিয়তে নতুনকৈ ধায্যৰ্কৰা আঠটা সেৱাৰ ভিতৰত ছটা সেৱাৰ জৰিয়তে কিদৰে ভূমি সম্পৰ্কীয় সমস্যা সমুহ সমাধান কৰিব পৰা যায় সেই সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা আগবঢ়োৱা হয়।