ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ১ নং দিখাৰীত প্ৰায় আঠ ফুট দীঘল এডাল অজগৰ উদ্ধাৰ কৰে প্ৰফুল্ল বৰুৱা নামৰ ব্যক্তিয়ে। ব্যক্তি গৰাকীয়ে পথাৰত ধান আনিবলৈ যাঁওতে পকা ৰাস্তাত অজগৰটো অতিক্ৰম কৰিব লওতে দেখা পায় উদ্ধাৰ কৰে আৰু খোৱাং আঞ্চলিক বন বিভাগক খবৰ দিয়ে। কিছুসময়ৰ পিছত খোৱাং আঞ্চলিক বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ অজগৰটো লৈ যায়। কিছু দিনৰ পৰা উক্ত অঞ্চলত হাঁহ, কুকুৰা, ছাগলী পোৱালী আদি ভক্ষণ কৰি অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে। কিয়নো বিগত দিন কেইটা অঞ্চলটোৰ হাঁহ, কুকুৰা, ছাগলী পোৱালী হেৰাই আছিল। বৰ্তমান লৈকে বন বিভাগে কত এৰিব সেই বিষয়ে সঠিক জনোৱা নাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছাত্র সন্থাৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা
১৯ অক্টোবৰ অৰ্থাত বুধবাৰে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা...
73 માં વન મહોત્સવ ની ઊજવણી કરાઈ
73 માં વન મહોત્સવ ની ઊજવણી કરાઈ
उदगीरात मनसेचे 20मीनीट रस्ता रोको आंदोलन लातूर जिल्ह्यातील शेतकऱ्यांना सरसकट अनुदान व पिकविमा द्या
उदगीरात मनसेचे 20 मीनीट रस्ता रोको आंदोलन लातूर जिल्ह्यातील शेतकऱ्यांना सरसकट अनुदान व पिकविमा द्या
ડેરોલ ગામમાં બાકી વીજ બીલ બાબતે કનેક્શન કાપવા ગયેલ કર્મચારી ને અટકાવી જીઈબી મા ધમાલ..
કાલોલ તાલુકાના ડેરોલ ના બિલિયાપુરા ગામના ગ્રાહક ના બાકી વીજ બીલ બાબતે ગ્રાહક નુ વીજ કનેક્શન કાપવા...
AI & ML, DATA SCIENCE COURSES ONLINE TRAINING INVITING ONLINE APPLICATIONS FROM ALL OVER INDIA
The National Skill Academy has invited online applications from all over India for its Government...