গহপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপিত আৰু বীৰাংগনা কনকলতাৰ নামত উৎসৰ্গিত #কনকলতা_পুথিভঁৰাল খন সমৃদ্ধিশালী কৰি তোলাৰ উদ্দেশ্যে মহকুমাধিপতি দীপন বৰ্মনে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বাধীনতা সংগ্ৰামী মনমোহন দে’ৰ স্মৃতিত তেওঁৰ সন্তান ডাঃ কৃষ্ণ কুমাৰ দে’য়ে কনকলতা পুথিভঁৰাললৈ এটা আলমাৰিৰ লগতে পাঁচখন গ্ৰন্থ দান কৰে। গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা কবি সাহিত্যিক নগেন কোঞৰে নিজা শেহতীয়া গ্ৰন্থ এখন প্ৰদান কৰাৰ লগতে বিশিষ্ট কবি লোকেশ্বৰী সন্দিকৈয়ে নিজা শেহতীয়া গ্ৰন্থ দুখন পুথিভঁৰাললৈ প্ৰদান কৰে। তেখেতসকলৰ এই মহানুভৱতাৰ প্ৰতি সন্মান জনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસના એજન્ટ ને ભાજપ ના કાર્યકર્તાએ પેટમાં ચપ્પુ માર્યો
ફતેપુરા તાલુકાના મારગાળા પીપેર ફળિયા બુથ કેન્દ્ર ઉપર કોંગ્રેસના એજન્ટને ભાજપના કાર્યકરે પેટમાં...
बिडकीन सेवा सहकारी सोसायटीवर शिवसेनेचा भगवा
चेअरमन पदी ठाणगे तर व्हा. चेअरमन पदी जिलानी यांची बिनविरोध निवड
बिडकीन सेवा सहकारी सोसायटीवर शिवसेनेचा भगवा
चेअरमन पदी ठाणगे तर व्हा. चेअरमन पदी जिलानी...
চন্দ্ৰযান-৩ৰ সফলতাক লৈ ইছৰোৰ বিজ্ঞানীক সম্বোধন কৰি আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী মোডী; মিছন হিৰোজক প্ৰশংসা কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাচন্দ্ৰযান-৩ অভিযানত জড়িত ইছৰোৰ বিজ্ঞানী দলটোক সম্বোধন...
ભયકંર ધમાકોઃ તુર્કીમાં મચી દોડધામ #turkey #turkeyblast #viralvideoturkey
ભયકંર ધમાકોઃ તુર્કીમાં મચી દોડધામ #turkey #turkeyblast #viralvideoturkey
જૂનાગઢ સોરઠ ઇન્ટરનેશનલ સ્કૂલના ટ્રસ્ટી હરિસિંહ પરમાર સમાજ ના પ્રમુખ પદે નિમણુંક ચાહકો દ્વારા સોસીયલ મીડિયામાં શુભેશાઓ ની વર્ષા
જૂનાગઢ પંથક અને એમાં પણ ગરવા ગિરનાર ની છત્ર છાયા ત્યારે આ જૂનાગઢ માટે એક દુહો પ્રચલિત છે ઉંચો ગઢ...