পুত্ৰক বিচাঁৰি হুকহুকাই কান্দিছে জন্মদাত্ৰী মাতৃয়ে । আজি পুত্ৰক বিচাঁৰি নাপায় হাহাকাঁৰ হৈ পৰিছে জন্মদাত্ৰী মাতৃ । শুক্ৰবাৰে বজাৰত গাড়ীয়ে-গাড়ীয়ে পানী বিক্ৰী কৰিবলৈ গৈছিল পুত্ৰই । বজাৰৰ পৰা উভতি অহা নাছিল পুত্ৰ । চাৰিওফালে বিচাৰ কৰি এতিয়া লৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই মাতৃয়ে । অৱশেষত ঘটনা সন্দৰ্ভত থানাতো এজহাৰ দাখিল কৰে । যদিও বৰ্তমান লৈকে লাভ কৰা নাই কোনো শাংসূত্ৰ । নিৰুদ্দেশ হোৱা কিশোজন আছিল সুতাৰগাঁৱৰ ৩ নং ৱাৰ্ডৰ । নাম ৰাজিৱ উদ্দিন বুলি জানিব পৰা গৈছে । কোনো লোকে সন্ধান পায় তেন্তে :- 7099407447 নম্বৰত যোগাযোগ কৰি চমজাই দিবলৈ আহব্বান জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BREAKING NEWS: ಸ್ಯಾಂಡಲ್ ವುಡ್ ಖ್ಯಾತ ನಿರ್ದೇಶಕ, ನಿರ್ಮಾಪಕ ಸಿ.ವಿ ಶಿವಶಂಕರ್ ಹೃದಯಾಘಾತದಿಂದ ನಿಧನ
ಬೆಂಗಳೂರು: ಸ್ಯಾಂಡಲ್ ವುಡ್ ಖ್ಯಾತ ನಿರ್ದೇಶಕ, ನಿರ್ಮಾಪಕ ಹಾಗೂ ಗೀತರಚನಾಕಾರರಾಗಿದ್ದಂತ ಸಿ.ವಿ ಶಿವಶಂಕರ್ (90)...
Adani Group Shares: लगातार गिरावट के बाद संभले अदाणी समूह के शेयर, हर कंपनी के स्टॉक में दिखी तेजी
नई दिल्ली, Adani Group Shares: लगातार दूसरे दिन अपनी 10 कंपनियों के शेयरों में गिरावट...
દાહોદજિલ્લાના ઝાલોદ તાલુકાના આંગણવાડી કાર્યકરોદ્વારા જિલ્લાપંચાયત પ્રમુખને આવેદનપત્ર આપવામાં આવ્યું
દાહોદજિલ્લાના ઝાલોદ તાલુકાના આંગણવાડી કાર્યકરોદ્વારા જિલ્લાપંચાયત પ્રમુખને આવેદનપત્ર આપવામાં આવ્યું