গহপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপিত আৰু বীৰাংগনা কনকলতাৰ নামত উৎসৰ্গিত #কনকলতা_পুথিভঁৰাল খন সমৃদ্ধিশালী কৰি তোলাৰ উদ্দেশ্যে মহকুমাধিপতি দীপন বৰ্মনে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বাধীনতা সংগ্ৰামী মনমোহন দে’ৰ স্মৃতিত তেওঁৰ সন্তান ডাঃ কৃষ্ণ কুমাৰ দে’য়ে কনকলতা পুথিভঁৰাললৈ এটা আলমাৰিৰ লগতে পাঁচখন গ্ৰন্থ দান কৰে। গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা কবি সাহিত্যিক নগেন কোঞৰে নিজা শেহতীয়া গ্ৰন্থ এখন প্ৰদান কৰাৰ লগতে বিশিষ্ট কবি লোকেশ্বৰী সন্দিকৈয়ে নিজা শেহতীয়া গ্ৰন্থ দুখন পুথিভঁৰাললৈ প্ৰদান কৰে। তেখেতসকলৰ এই মহানুভৱতাৰ প্ৰতি সন্মান জনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
परमपूज्य गुरुमाऊली कालसर्पा ची सेवा सांगत असताना
परमपूज्य गुरुमाऊली कालसर्पा ची सेवा सांगत असताना
खुली जेल का बंदी शानी नियामत अली पर फायरिंग, बदमाश फरार
खुली जेल का बंदी शानी नियामत अली पर फायरिंग, बदमाश फरार
Maharashtra Politics: 'शरद पवार का करियर खत्म करने की अजित पवार को मिली है सुपारी', अनिल देशमुख ने लगाया आरोप
Maharashtra Politics महाराष्ट्र के पूर्व गृह मंत्री अनिल देशमुख ने उपमुख्यमंत्री अजित पवार...
Fuel Price Today: 4 मार्च को कितने में बिक रहा Petrol-Diesel?, जानिए आज के दाम |ABPLIVE
Fuel Price Today: 4 मार्च को कितने में बिक रहा Petrol-Diesel?, जानिए आज के दाम |ABPLIVE