সঞ্জীৱ বৰাৰ সোৱঁৰণত চতুৰ্থ মৃত্যু দিৱস উপলক্ষ্যে নিৰাময়ৰ উদ্যোগত আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত আৰ্চিৰণ নিলগন সজাগতা সভা আৰু ফিল্টাৰ বিতৰণ কৰা হয় ৷ পানবাৰী ৰংগমঞ্চত অনুষ্ঠিত প্ৰশান্ত কুমাৰ বৰুৱাই আঁত ধৰা সজাগতা সভাখনত সভাপতিত্ব কৰে মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঈশ্বৰ শৰ্মা ভৰালীয়ে ৷ মুখ্য উদ্যোক্তা পল্লবী নেওগ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন মুখ্য বক্তা ৰুপে উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা ৷ আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° ৰবীন দত্ত গৱেষক সাৰংগ বৈশ্য আৰু অন্বেষা চলিহা ৷ অধ্যাপক ড° ৰবীন দত্তই উপস্থিত ৰাইজক উদ্দেশ্যি পানবাৰী অঞ্চলটোত উপলদ্ধ আৰ্চিৰণ সম্পৰ্কত বহল ব্যাখ্যা কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ প্ৰাথমিক কাৰ্যব্যৱস্থা সম্পৰ্কত অৱগত কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ৰাইজৰ মাজত বিশেষ ভাৱে নিৰ্মিত কেইবাটাও ফিল্টাৰ বিতৰণ কৰা হয় ৷ সভাত ত্ৰলোক্য নন্দন কাকতীয়ে সঞ্জীৱ বৰাক সোৱঁৰণ কৰাৰ লগতে সভাৰ অন্যতম উদ্যোক্তা সঞ্জীৱ বৰাৰ পত্নী পল্লবী নেওগ বৰাৰ জীৱন পৰিক্ৰমা সম্পৰ্কে আলোকপাত কৰে ৷ সভাত বে-চৰকাৰী সংস্থা নিৰাময়’ৰ সভাপতি কুশল ডেকা , সদস্য প্ৰসন্ন ডেকা , বিকাশ বৰুৱা আৰু সত্য ভূঞা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিহীৰাগাঁও ৰাইজৰ প্ৰথম বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গাপূজাত ভক্তপ্ৰাণ পুৰুষ মহিলাৰ মহাঅষ্টমীৰ আৰতি -
মৰিহীৰাগাঁও ৰাইজৰ প্ৰথম বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গাপূজা উদযাপনকলৈ ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক উৎসাহ ।...
शुरुआती रुझानों उमर उब्दुल्ला आगे, बोले- लड़ाई अच्छे से लड़ी, इंशाअल्लाह नतीजों में दिखेगा सब
जम्मू-कश्मीर के पूर्व मुख्यमंत्री और नेशनल कॉन्फ्रेंस के उपाध्यक्ष उमर अब्दुल्ला ने मंगलवार को...
पीएम मोदी के 'विजन 2047' के लिए बनेगा एक्शन प्लान, अमित शाह आज करेंगे चिंतन शिविर की अध्यक्षता
नई दिल्ली, केंद्रीय गृह मंत्री अमित शाह शुक्रवार को दूसरे 'चिंतन शिविर' की अध्यक्षता करेंगे।...