পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক পাথৰিঘাটত বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান "আমি জিলিকিম" সম্পন্ন হৈ যায়। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয় পৰ্যায়ৰ বিশেষ শিক্ষামূলক অনুষ্ঠান “আমি জিলিকিম" নামেৰে এলানি কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাবে আজি পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সভাগৃহত উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমে আঁতধৰা অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথ আৰু কেন্দ্ৰীয় জাতীয় বিদ্যালয়, পশ্চিম মঙলদৈৰ সহকাৰী শিক্ষক আচাদুল্লাহ হকে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰোপৰিও বিজ্ঞান শিক্ষা,মাতৃভাষা আৰু ইংৰাজী বিষয়ৰ ওপৰতো আলোচনা হোৱা অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা বক্তৃতা প্ৰদান কৰে জাতীয় বিদ্যালয়, পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইন, উপাধ্যক্ষ গণেশ ডেকা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল হক, সাধাৰণ সম্পাদক নুৰ আলমে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বনাথত কি খোৱাৰ কথা ক'লে জুবিন গাৰ্গে?
কিবা এটা খাবলৈ লাগিব জুবিন গাৰ্গ।#zubin garg
द्रौपदी मुर्मू सबसे कम उम्र की भारतीय राष्ट्रपति हैं, पूर्व राष्ट्रपति नीलम संजीव रेड्डी का टूटा रिकॉड
द्रौपदी मुर्मू सबसे कम उम्र की भारतीय राष्ट्रपति बनी हैं। इससे पहले सबसे कम उम्र के...
शमशान में स्वच्छता का कार्य कर पौधारोपण किया गया
सांगोद(बीएम राठौर). भारतीय जनता पार्टी सांगोद देहात मंडल की ओर से ऊर्जा मंत्री हीरालाल नागर के...
vivo T2x 5G: 5000mAh बैटरी और 50MP कैमरा के साथ खरीदें सबसे सस्ता 5G फोन, अब दो नए कलर में लुभाएगा दिल
वीवो अपने भारतीय ग्राहकों के लिए नए-नए डिवाइस पेश करता रहता है। इस ब्रांड को पसंद करते हैं vivo...
Creta N Line: हुंडई क्रेटा एन लाइन आज होगी लॉन्च, जानें फीचर्स और संभावित कीमत
साउथ कोरियाई कार कंपनी Hyundai की एसयूवी Creta N Line 11 मार्च यानी आज भारतीय बाजार में आधिकारिक...