পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক পাথৰিঘাটত বিদ্যালয় পৰ্যায়ৰ বিশেষ অনুষ্ঠান "আমি জিলিকিম" সম্পন্ন হৈ যায়। পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয় পৰ্যায়ৰ বিশেষ শিক্ষামূলক অনুষ্ঠান “আমি জিলিকিম" নামেৰে এলানি কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাবে আজি পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সভাগৃহত উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমে আঁতধৰা অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথ আৰু কেন্দ্ৰীয় জাতীয় বিদ্যালয়, পশ্চিম মঙলদৈৰ সহকাৰী শিক্ষক আচাদুল্লাহ হকে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰোপৰিও বিজ্ঞান শিক্ষা,মাতৃভাষা আৰু ইংৰাজী বিষয়ৰ ওপৰতো আলোচনা হোৱা অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা বক্তৃতা প্ৰদান কৰে জাতীয় বিদ্যালয়, পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইন, উপাধ্যক্ষ গণেশ ডেকা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল হক, সাধাৰণ সম্পাদক নুৰ আলমে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
7મીથી એન્કરવાલા અહિંસાધામમાં બે દિવસનો અહિંસા યજ્ઞ યોજાશે
ભગવાન મહાવીર પશુરક્ષા કેન્દ્ર એન્કરવાલા અહિંસાધામ દ્વારા જીવદયાના બે દિવસના અહિંસાધામનું આયોજન...
गणेशमूर्तींसह गौरीचे मुखवटे बनवण्याची तयारी शेवटच्या टप्प्यात.
मुखवटे बनविण्यात महिला अग्रेसर.
पीओपी आणि नियमावलीतील शिथिलतेमुळे व्यवसाय तेजीत
गणेशमूर्तींसह गौरीचे मुखवटे बनवण्याची तयारी शेवटच्या टप्प्यात.
मुखवटे बनविण्यात महिला...
ભીલડી પોલીસે નાસ્તા ફરતાં આરોપીને ઝડપી પાડ્યો....?
ભીલડી પોલીસે નાસ્તા ફરતાં આરોપીને ઝડપી પાડ્યો....?
YouTube Premium Subscription: iOS के मुकाबले Android में कितना सस्ता है यूट्यूब का प्रीमियम सब्सक्रिप्शन?
YouTube प्रीमियम सब्सक्रिप्शन बड़े काम की चीज है। खासतौर पर जिन्हें ad-फ्री एक्सेस चाहिए उनके लिए...