তাই ভাষাক নৱপ্ৰজন্মৰ প্ৰতি আগ্ৰহী আৰু জনপ্ৰিয় কৰাৰ লগতে চহকী কৰাৰ স্বাৰ্থত নাৰায়ণপুৰৰ শিমলুগুৰিত আজি নুক বাউ এ নুক ছেং শীৰ্ষক তাই গীত উন্মোচন কৰা হয় ৷ গীতটোত কন্ঠদান কৰে শিমলুগুৰিৰ জনপ্ৰিয় কন্ঠশিল্পী জুৰীতি গগৈয়ে আৰু ৰচনা কৰে নিৰন্ত গগৈয়ে ৷ শিমলুগুৰি প্ৰেছ ক্লাবত নিৰন্ত গগৈয়ে আঁত ধৰা গীত উন্মোচন সভাখনত চিত্ৰনাথ গগৈৰ সভাপতিত্বত গীতটো উন্মোচন কৰে শিক্ষক বিশিষ্ট সমাজকৰ্মী বিতুপন গগৈয়ে ৷ সভাখনত সঞ্জীৱ বসুমতাৰী , সাংবাদিক সৰোজ কুমাৰ নেওগ , চন্দন শইকীয়া , দেৱজিৎ দুৱৰা প্ৰমুখ্যে বহুকেইগৰাকী স্থানীয় লোক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઘોઘાના બારવાડા ખાતે સ્વચ્છ સાગર સુરક્ષિત સાગર અભિયાન અંતર્ગત દરિયાકિનારાની સફાય કરાય
ઘોઘાના બારવાડા ખાતે સ્વચ્છ સાગર સુરક્ષિત સાગર અભિયાન અંતર્ગત દરિયાકિનારાની સફાય કરાય
પાલીતાણા : શિવાજી ગ્રુપ દ્વારા ગણેશ ઉત્સવનું ભવ્ય આયોજન કરાયું
પાલીતાણા : શિવાજી ગ્રુપ દ્વારા ગણેશ ઉત્સવનું ભવ્ય આયોજન કરાયું
ছিপাঝাৰৰ বিশিষ্ট সাহিত্যিক এনি ডেকালৈ অসম কলা-কৃষ্টি বঁটা
ছিপাঝাৰৰ বিশিষ্ট সাহিত্যিক এনি ডেকালৈ 'অসম কলা-কৃষ্টি বঁটা'ছিপাঝাৰৰ ভূক্তাবাৰীৰ ৭ নং ৱাৰ্ডৰ...
Sanjay Singh Arrested: 'जज साहब मैं निर्दोष हूं', कोर्टरूम में बोले संजय सिंह | Delhi Liquor Scam
Sanjay Singh Arrested: 'जज साहब मैं निर्दोष हूं', कोर्टरूम में बोले संजय सिंह | Delhi Liquor Scam
AMBAJI/સરકારી અધિકારીઓ ની સેવાભાવના
સરકારી અધિકારીઓની સેવાભાવનાઃ
હડાદ રોડ પર પદયાત્રીને ટક્કર વાગતા નાયબ જિલ્લા વિકાસ અધિકારી...