তাই ভাষাক নৱপ্ৰজন্মৰ প্ৰতি আগ্ৰহী আৰু জনপ্ৰিয় কৰাৰ লগতে চহকী কৰাৰ স্বাৰ্থত নাৰায়ণপুৰৰ শিমলুগুৰিত আজি নুক বাউ এ নুক ছেং শীৰ্ষক তাই গীত উন্মোচন কৰা হয় ৷ গীতটোত কন্ঠদান কৰে শিমলুগুৰিৰ জনপ্ৰিয় কন্ঠশিল্পী জুৰীতি গগৈয়ে আৰু ৰচনা কৰে নিৰন্ত গগৈয়ে ৷ শিমলুগুৰি প্ৰেছ ক্লাবত নিৰন্ত গগৈয়ে আঁত ধৰা গীত উন্মোচন সভাখনত চিত্ৰনাথ গগৈৰ সভাপতিত্বত গীতটো উন্মোচন কৰে শিক্ষক বিশিষ্ট সমাজকৰ্মী বিতুপন গগৈয়ে ৷ সভাখনত সঞ্জীৱ বসুমতাৰী , সাংবাদিক সৰোজ কুমাৰ নেওগ , চন্দন শইকীয়া , দেৱজিৎ দুৱৰা প্ৰমুখ্যে বহুকেইগৰাকী স্থানীয় লোক উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PFC Share Today: 263 के साथ नई ऊंचाई पर पहुंचा Stock, निवेशकों के लिए यही है निवेश का सुनहरा अवसर?
PFC Share Today: 263 के साथ नई ऊंचाई पर पहुंचा Stock, निवेशकों के लिए यही है निवेश का सुनहरा अवसर?
આ રાશિના જાતકો માટે 7 ઓગસ્ટથી શુભ દિવસો શરૂ થશે, ઘણો ધન લાભ થશે
શુક્રને જ્યોતિષમાં મહત્વનો ગ્રહ માનવામાં આવે છે. શુક્ર શુભ હોય ત્યારે મા લક્ષ્મીનો પણ વિશેષ...
कैप्टन अंशुमान सिंह के माता-पिता का NOK पर सवाल, जानिए क्या होता है यह और क्यों की बदलाव की मांग
सियाचिन में पिछले साल जुलाई में आग लगने की घटना के दौरान कैप्टन अंशुमान सिंह (Captain Anshuman...
DEESA/ડીસા માં વેપારી એસોસિયેશન દ્વારા ટેકો જાહેર કરી સંપુર્ણ બજારો બંઘ રહ્યા..
DEESA/ડીસા માં વેપારી એસોસિયેશન દ્વારા ટેકો જાહેર કરી સંપુર્ણ બજારો બંઘ રહ્યા..