শোনিতপুৰৰ লখৰাত REHABILITATION CAMP। লখৰাস্থিত অসম ৰাইফলছ হাই স্কুলত আয়োজন কৰা হৈছে এই বিশেষ কেম্প টো।১৭ অসম ৰাইফলছৰ উদ্যোগত তথা অসম ৰাইফলছ হাইস্কুলৰ সহযোগত বালিপৰা চাৰিদুৱাৰ লখৰা অঞ্চলৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰে এই এই বিশেষ কেম্পটো। বহু লোকে আৰ্থিক ভাৱে অসুবিধাৰ বাবে এনেধৰনৰ শিশুসকলক চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই তেনে শিশুসকলৰ বাবে গুৱাহাটিৰ চিকিৎসকৰ এটা বিশেষ স্পীচ থেৰাপীৰ জড়িয়তে চিকিৎসা প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખડોધી હરિપૂરા ભાટિયા વિસ્તારમાં લીમડાના ઝાડ પરથી 10 ફૂટ લાંબા અજગરનું વનવિભાગ દ્વારા દિલધડક રેસ્ક્યુ
ખંભાતના ખડોધી હરીપુરા ભાટિયા વિસ્તારમાં એક મહાકાય અજગર નોળિયાને શિકાર બનાવી ગળી ગયો હતો.અને...
લાઈટબીલ ના 10₹ ભરવાના બાકી છે google play સ્ટોર થી apps download કરાવી એકાઉન્ટ્ થી લાખોનું વિદ્રોલ
લાઈટબીલ ના 10₹ ભરવાના બાકી છે google play સ્ટોર થી apps download કરાવી એકાઉન્ટ્ થી લાખોનું વિદ્રોલ
বীৰুপা নদীত ঘৰিয়ালে জীৱন্তে খালে এগৰাকী মহিলাক
ওড়িশাৰ জাজপুৰ জিলাৰ এখন গাঁৱৰ বাসিন্দাসকলে বুধবাৰে বীৰুপা নদীত এগৰাকী মহিলাক কুমিৰে ভক্ষণ কৰা...
অসম-অৰুণাচলৰ সীমান্তত তীব্ৰ উত্তেজনা | AJYCP, টাইপা তীব্ৰ প্ৰতিক্ৰিয়া
বৰহাটৰ অসম-অৰুণাচলৰ সীমান্তত তীব্ৰ উত্তেজনা।যিকোনো মূল্যৰ বিনিময়ত হলেও অসমৰ মাটি এক ইঞ্চিও এৰি...