শোনিতপুৰৰ লখৰাত REHABILITATION CAMP। লখৰাস্থিত অসম ৰাইফলছ হাই স্কুলত আয়োজন কৰা হৈছে এই বিশেষ কেম্প টো।১৭ অসম ৰাইফলছৰ উদ্যোগত তথা অসম ৰাইফলছ হাইস্কুলৰ সহযোগত বালিপৰা চাৰিদুৱাৰ লখৰা অঞ্চলৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰে এই এই বিশেষ কেম্পটো। বহু লোকে আৰ্থিক ভাৱে অসুবিধাৰ বাবে এনেধৰনৰ শিশুসকলক চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই তেনে শিশুসকলৰ বাবে গুৱাহাটিৰ চিকিৎসকৰ এটা বিশেষ স্পীচ থেৰাপীৰ জড়িয়তে চিকিৎসা প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા શહેરના સલાટવાડામાં રખડતા ઢોરે માતા અને બાળકને અડફેટે લીધા
વડોદરા શહેરના સલાટવાડામાં રખડતા ઢોરે માતા અને બાળકને અડફેટે લીધા
Bihar Caste Census: Survey में हुआ खुलासा, Muslim की संख्या Yadav से ज्यादा, उठने लगी है बड़ी मांग
Bihar Caste Census: Survey में हुआ खुलासा, Muslim की संख्या Yadav से ज्यादा, उठने लगी है बड़ी मांग
MAHI BAJAJ SAGAR DAM/माही बजाज सागर बांध के 16 गेट खोल दिए गए हैं..
MAHI BAJAJ SAGAR DAM/माही बजाज सागर बांध के 16 गेट खोल दिए गए हैं..