গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ ৰংজুলি ছাৰাপাৰাত দিনৰ ভাগত তিনিটাকৈ বনৰীয়া হাতীৰ মুক্ত বিচৰণ। ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ধাননি পথাৰত দিনৰ ভাগত তিনিটাকৈ হাতীয়ে ধান খাই তহিলং কৰা পৰিলক্ষিত হৈছে । খেতিয়ক সকলে বহু সময় বম ফুটাই ফুটাইহে ধাননি পথাৰৰ পৰা হাতী কেইটাক খেদি পঠাবলৈ সক্ষম হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যিহেতু বনৰীয়া হাতীৰ মুক্ত বিচৰণ সেয়ে এতিয়া জনসাধাৰণে ঘাই পথেৰে অহা-যোৱা কৰোতে ভয়- শংকাৰে ঘাইপথ ইপাৰ - সিপাৰ হব লগা হৈছে।উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ হস্তী মানুহৰ সংঘাত কেতিয়া নিৰ্মুল হব । বনবিভাগৰ দুৰ্বলতাৰ বাবে হাতী সমূহ খেদি পঠাবলৈ অসমৰ্থ হৈছে নেকি বন বিভাগ । ৰাইজৰ দাবী এই যে হাতী মানুহৰ সংঘাত এই সংঘাত অতি সোনকালে চৰকাৰে ব্যৱস্হা গ্ৰহন কৰিবলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા ખાતે ડીસા પોલીસ ડિવિઝન તરફથી બે દિવસ ટૂર્નામેન્ટ ક્રિકેટ મેચ રમાઈ
ડીસા ખાતે ડીસા પોલીસ ડિવિઝન તરફથી બે દિવસ ટૂર્નામેન્ટ ક્રિકેટ મેચ રમાઈ
માલગઢ પૂર્વ સરપંચ શ્રવણકુમાર ગીગાજી પરમાર દ્વારા પાઠવી શુભેચ્છાઓ
માલગઢ પૂર્વ સરપંચ શ્રવણકુમાર ગીગાજી પરમાર દ્વારા પાઠવી શુભેચ્છાઓ
সৰুপথাৰত প্ৰতিকৃতি দাহ
সৰুপথাৰত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
PM Modi On Congress: Kashi में विपक्ष पर जमकर बरसे पीएम मोदी | NDA Vs INDIA | Rahul Gandhi
PM Modi On Congress: Kashi में विपक्ष पर जमकर बरसे पीएम मोदी | NDA Vs INDIA | Rahul Gandhi