গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ ৰংজুলি ছাৰাপাৰাত দিনৰ ভাগত তিনিটাকৈ বনৰীয়া হাতীৰ মুক্ত বিচৰণ। ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ধাননি পথাৰত দিনৰ ভাগত তিনিটাকৈ হাতীয়ে ধান খাই তহিলং কৰা পৰিলক্ষিত হৈছে । খেতিয়ক সকলে বহু সময় বম ফুটাই ফুটাইহে ধাননি পথাৰৰ পৰা হাতী কেইটাক খেদি পঠাবলৈ সক্ষম হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যিহেতু বনৰীয়া হাতীৰ মুক্ত বিচৰণ সেয়ে এতিয়া জনসাধাৰণে ঘাই পথেৰে অহা-যোৱা কৰোতে ভয়- শংকাৰে ঘাইপথ ইপাৰ - সিপাৰ হব লগা হৈছে।উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ হস্তী মানুহৰ সংঘাত কেতিয়া নিৰ্মুল হব । বনবিভাগৰ দুৰ্বলতাৰ বাবে হাতী সমূহ খেদি পঠাবলৈ অসমৰ্থ হৈছে নেকি বন বিভাগ । ৰাইজৰ দাবী এই যে হাতী মানুহৰ সংঘাত এই সংঘাত অতি সোনকালে চৰকাৰে ব্যৱস্হা গ্ৰহন কৰিবলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બગસરા શહેરમાં કોમી એકતાનું પ્રતિક ગણાતા એવા હજરત બાનવા શાહ બાપુના 69 માં ઉર્સ મુબારક
બગસરા શહેરમાં કોમી એકતાનું પ્રતિક ગણાતા એવા હજરત બાનવા શાહ બાપુના 69 માં ઉર્સ મુબારક
અમરેલી જિલ્લા માં ભાજપ કોંગ્રેસ ના કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર જુઓ
અમરેલી જિલ્લા માં ભાજપ કોંગ્રેસ ના કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર જુઓ
ઇસ્કોન મંદિર દ્વારા જસદણ શ્યામ કુંજ હોલ માં ગોવર્ધન દર્શન ઉપરાંત કૃષ્ણ લીલાના દર્શન નું સુંદર આયોજન
ઇસ્કોન મંદિર દ્વારા જસદણ શ્યામ કુંજ હોલ માં ગોવર્ધન દર્શન ઉપરાંત કૃષ્ણ લીલાના દર્શન નું સુંદર આયોજન
ৰাজঘাটত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদা
ৰাজঘাটত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদা