অহা ছয় ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে জিলাখনৰ বহুকেইটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ইয়াৰ ভিতৰত নতুনকৈ নিৰ্মাণ হব লগা জিলা উপায়ুক্ত কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ হৈ উঠা নলবাৰী তাৰকা গৃহটো মুকলি কৰি ৰাইজলৈ উচৰ্গা কৰিব৷কালি উক্ত স্থান সমূহ সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰে পৰ্য্যবেক্ষন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લામાં યોજાયો ભવ્ય લોકડાયરો
આથી સાવરકુંડલા સરદાર પટેલ ડાયમંડ માર્કેટ સાવરકુંડલા ના દરેક સભ્યો ને જાણ કરવામાં આવે છે કે. આપણા...
Upcoming 7 Seater Cars: भारत में जल्द लॉन्च होंगी ये प्रीमियम एसयूवी, दमदार इंजन के साथ मिलेगा बेहतर स्पेस
MG Gloster Facelift फुल-साइज एसयूवी वर्तमान में ब्रांड के फ्लैगशिप प्रोडक्ट के रूप में है और ये...