আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙৰ ৰাজগড়ত লাচিত দিৱসৰ উপলক্ষে অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ। ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত সেৱা ভাৰতী,পূব্বাঞ্চল আৰু নেশ্বনেল মেডিক'জ অৰ্গেনাইজেচ অসমৰ উদ্যোগত সচেতন নাগৰিক সমাজ,ৰাজগড়ৰ সহযোগত অনুষ্ঠিত হয় স্বেচ্ছামূলক ৰক্ত দান আৰু সজাগতা শিবিৰ । এই ৰক্তদান শিবিৰত ৬০ জনৰো অধিক লোকে ৰক্তদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
brekingT-20आस्टेलिया को भारत ने हराया
brekingT-20आस्टेलिया को भारत ने हराया
Kashmir घाटी Tourist के लिए बनी सबसे पसंदीदा घूमने की जगह, टूटने जा रहे पिछले सारे रिकॉर्ड | Aaj Tak
Kashmir घाटी Tourist के लिए बनी सबसे पसंदीदा घूमने की जगह, टूटने जा रहे पिछले सारे रिकॉर्ड | Aaj Tak
নাজিৰাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাজিৰা মহকুমাধীপতি কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰীৰ...
रोहा अजायुछाप की रोहा नगर (पुव)शाखा समिति गठित।
मनोज पातर अध्यक्ष और भार्गव डेका बने सचिव ।
असम जातियतावादी युवा छात्र परिषद (अजायुछाप)रोहा आंचलिक समिति की आज रोहा नगर (पुव शाखा)समिति का...