ডিব্ৰুগড়ৰ জিলাৰ মৰাণত আৰক্ষীৰ থানা অন্তৰ্গত জুতিয়া বামত এটা মৃতদেহ উদ্ধাৰ হোৱা পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা অনুসৰি নিশা ৰেল খুন্দাত মৃত্যু হোৱাৰ ব্যক্তি জন মৰাণ ইকৰাণী নুৱাচ তপ্ন (৪৫) বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । পোৱা চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ লোকে প্ৰত্যক্ষ কৰে ৰেল লাইন কাষত পৰি থকা অৱস্থাত মৃতদেহটো । ইয়াৰ পাছতে মৰাণত থানা আৰক্ষীৰ উপস্থিতিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી ના જાળીયા ગામે વરસાદી ઝાપટા વરસ્યા જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
અમરેલી ના જાળીયા ગામે વરસાદી ઝાપટા વરસ્યા જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
પાલનપુર હેડક્વાર્ટર ખાતે ફરજ દરમિયાન પોલીસકર્મીને આવતા #newsgujarati,#newsgujaratilive,
પાલનપુર હેડક્વાર્ટર ખાતે ફરજ દરમિયાન પોલીસકર્મીને આવતા #newsgujarati,#newsgujaratilive,