চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ককৰামৰাত উদ্ধাৰ হৈছে নৱজাতক। নৱজাতকৰ কান্দোন শুনি স্থানীয় ৰাইজে হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰে শিশুটো।শিশুটো আজি জন্ম হোৱা বুলি জানিব পৰা গৈছে। কোনোবাই নিজৰ অপকৰ্ম ঢাকিবলৈ এইদৰে আজি জন্ম হোৱা নৱজাতকটোক হাবিত পেলাই দিয়াৰ সন্দেহ। ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে শিশুটো উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা কৰিছে। ঘটনা পোহৰলৈ অহাৰ পাছতে মৰাণত সৃষ্টি হৈছে চাঞ্চল্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ...
মাজুলীত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ...
हृदयविकाराचा धोका टाळता येतोः डॉ. संजयकुमार शिवपुजे
हृदयविकाराचा धोका टाळता येतोः डॉ. संजयकुमार शिवपुजे
પાટણ તાલુકા સ્વાગત કાર્યક્રમમાં 106 પ્રશ્નોનો કરાયો હકારાત્મક નિકાલ | SatyaNirbhay News Channel
પાટણ તાલુકા સ્વાગત કાર્યક્રમમાં 106 પ્રશ્નોનો કરાયો હકારાત્મક નિકાલ | SatyaNirbhay News Channel
ડીસા વિધાનસભામાં ભાજપના ઉમેદવાર તરીકે પ્રવીણ માળીને જાહેર કરાયા....
ડીસા વિધાનસભામાં ભાજપના ઉમેદવાર તરીકે પ્રવીણ માળીને જાહેર કરાયા....