চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ককৰামৰাত উদ্ধাৰ হৈছে নৱজাতক। নৱজাতকৰ কান্দোন শুনি স্থানীয় ৰাইজে হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰে শিশুটো।শিশুটো আজি জন্ম হোৱা বুলি জানিব পৰা গৈছে। কোনোবাই নিজৰ অপকৰ্ম ঢাকিবলৈ এইদৰে আজি জন্ম হোৱা নৱজাতকটোক হাবিত পেলাই দিয়াৰ সন্দেহ। ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে শিশুটো উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা কৰিছে। ঘটনা পোহৰলৈ অহাৰ পাছতে মৰাণত সৃষ্টি হৈছে চাঞ্চল্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Coal India Share Downfall Today: खबर के बाद गिर रहा स्टॉक, क्या मुनाफावसूली करने का आया समय?
Coal India Share Downfall Today: खबर के बाद गिर रहा स्टॉक, क्या मुनाफावसूली करने का आया समय?
એટ્રોસિટી અને બળજબરીના કેસમાં સંડોવાયેલ આરોપી નિર્દોશ છોડાયો
એટ્રોસિટી અને બળજબરીનાં કેસમાં સંડોવાયેલ આરોપીને નિદોઁષ છોડી મુકતો હુકમ ...
*આગામી તા. ૧૭થી ૩૦ સપ્ટેમ્બર દરમિયાન રાજ્યભરમાં કલાયમેટ ચેન્જ અંગેના પંચામૃત - યુવા જાગૃતિ પખવાડિયું ઉજવાશે
મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલના હસ્તે ગાંધીનગર ખાતેથી કરાશે શુભારંભ*ક્લાઈમેટ ચેન્જ, વન અને...