ৰহাৰ চাপৰমুখ চকিয়ালগাওঁ ত দুই দিনিয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ।মহিলা,যুৱতী ৰ ৰাস আৰু ভাওনাই মুহিলে দৰ্শকক।ৰাস মহোৎসৱ ৰ দ্বিতীয় দিনা বিদ্যুৎ শইকীয়াৰ পৰিচালনা ত "হয়গ্ৰীব ৰজাৰ ধৰ্মপৰিক্ষা"ভাওনা পৰিবেশন কৰা হয়।লগতে যুবচামক গায়ন বায়ন আৰু অভিনয় ৰ শিক্ষা দি সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাত আগভাগ লোবাৰ বাবে বিদ্যুৎ শইকিয়াক সম্বৰ্ধনা জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জুৱাৰ ঘাটি উৎখাত কৰিলে মৰাণ আৰক্ষীয়ে: বৃহৎ পৰিমাণৰ ধনৰ সৈতে চাৰিজনক আটক
অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে মৰাণ আৰক্ষী। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত...
महंगा हो रहा Spotify, चुकानी पड़ेगी अब पहले से ज्यादा रकम?
स्पॉटिफाई एक नए सब्सक्रिप्शन प्लान टायर पर काम कर रहा है। इस प्लान के साथ यूजर्स को HiFi...
বেহৰবাৰী Outpostৰ মুকুতা দাই কি ক'লে এবাৰ শুনকচোন
Behorbari Outpost ৰ মুকুতা দা।। তেখেতে কি কলে এবাৰ শুনকচোন||
तरुण चुग सभी नेताओं ने x पर बदला अपना प्रोफाइल, लिखा "मोदी का परिवार" || पूरा देश मोदी जी का परिवार तथा उनका जीवन है खुली किताब: तरुण चुग।
प्रधानमंत्री नरेंदर मोदी द्वारा सारे देश की जनता को अपना परिवार कहे जाने को सार्थक करते हुए भाजपा...
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News