ডিব্ৰুগড় জিলা খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কঁঠালগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণ্টু বৰুৱাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰধান শিক্ষক ৰণ্টু বৰুৱাই বিদ্যালয়ৰ আনুসংগিক নীতি-নিয়ম অমান্য কৰা আৰু বন বিভাগৰ নিয়ম উলংঘা কৰাৰ বাবে তেওঁক জিলা প্ৰাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা যোৱা ৩০ জুলাই তাৰিখে অনিদিষ্ট কালৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিছে । উল্লেখযোগ্য যে প্ৰধান শিক্ষক ৰণ্টু বৰুৱাই বন বিভাগ কিম্বা সংশ্লিষ্ট বিভাগৰ কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ চৌহদত থকা প্ৰায় ২০ জোপা পৈণত গছ শ্ৰমিক লগাই কাটি তহিলং কৰিছিল । ইফালে কটা গছ পৰি বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন কৰিছিল । যাৰ বাবে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सावधान: एंटीबॉडी से खत्म नहीं होता है ओमिक्रॉन का नया वेरिएंट, ऐसे करता है संक्रमित
कोरोना संक्रमण को लेकर किए गए एक अध्ययन में चौंकाने वाली जानकारी सामने आई है। ओमिक्रॉन का नया...
उमेश पाल हत्याकांड के बाद दिल्ली भी आए थे असद और गुलाम, अतीक के गुर्गे ने पूछताछ में किए कई बड़े खुलासे
प्रयागराज के चर्चित उमेश पाल हत्याकांड मामले के आरोपित अतीक अहमद के शूटर गुड्डू मुस्लिम की तलाश...
29 September 2022
শৰৎৰ আগমনে পৰ্যটকক হাত বাউলি মাতিছে মাজুলীয়ে।
29 September 2022
মাজুলী চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰত পৰ্যটক সকলৰ বাবে মুখা ভাওনা পদৰ্শন কৰি...
कुल्हाड़ी मारकर मां की हत्या करने वाले कलयुगी पुत्र को आजीवन कारावास
पन्ना।
कुल्हाड़ी मारकर मां की हत्या करने वाले कलयुगी पुत्र को आजीवन कारावास ...