কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী অঞ্চলৰ এদল শিক্ষিত যুৱকৰ কৃষি বিপ্লৱৰ সূচনাই ৰাইজৰ মাজত সন্তুষ্টি প্ৰকাশ পাইছে৷উল্লেখ্য যে বিগত জুনমাহত অঞ্চলটোত হোৱা প্ৰলয়ংকৰী বানে কৃষক সকলক জৰুলা কৰিছিল৷তাৰ পিচতে এইসকল যুৱকে হাত সাৱতি বহি নেথাকি অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে পোনতে কেইবা বিঘা মাটিত মুগুমাহৰ খেতি কৰে৷ইয়াৰ পিচতে ওচৰৰে গড়পোট বৰঘুলি পথাৰৰ কেইবা বিঘা মাটিত আলু খেতি আৰম্ভ কৰে৷চৰকাৰে যোগান ধৰা কেইবা কুইণ্টল আলুৰে আজি বীজ ৰোপনৰ শুভাৰম্ভণি কৰে৷যুৱক সকলে জানিব দিয়ামতে ইয়াৰ পিচতে সৰিয়হ খেতি কৰাৰ বাবেও প্ৰয়োজনীয় মাটি প্ৰস্তুত কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলী জিলা দিৱস উৎযাপনৰ প্ৰস্তুতি
মাজুলী জিলা দিৱস উৎযাপনৰ প্ৰস্তুতি
સુરેન્દ્રનગર: ધાંગધ્રા સરકારી હોસ્પિટલ ખાતે સ્વૈચ્છિક રક્તદાન કેમ્પનું આયોજન
સુરેન્દ્રનગર: ધાંગધ્રા સરકારી હોસ્પિટલ ખાતે સ્વૈચ્છિક રક્તદાન કેમ્પનું આયોજન
સંકલન અને ફરિયાદ નિવારણ સમિતિની બેઠક...
સંકલન અને ફરિયાદ નિવારણ સમિતિની બેઠક: પાલનપુર ખાતે કલેક્ટર વરૂણ બરનવાલના અધ્યક્ષસ્થાને બેઠક...
दिंद्रुड पोलिसांनी डॉ.बाबासाहेब आंबेडकर चौकाची विटंबना करणाऱ्याला अटक करावी@news23marathi
दिंद्रुड पोलिसांनी डॉ.बाबासाहेब आंबेडकर चौकाची विटंबना करणाऱ्याला अटक करावी@news23marathi
কাকপথাৰত সম্পন্ন হ'ল ২২০ যোৰা দম্পত্তীৰ সামূহিক বিবাহ অনুষ্ঠান, কি ক'লে এই সন্দৰ্ভত
কাকপথাৰত সম্পন্ন হল ২২০ যোৰা দম্পত্তীৰ সামূহিক বিবাহ অনুষ্ঠান, কি কলে এই সন্দৰ্ভত